• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ঈদৰ সুৰীয়া সন্ধ্যা সুৰ জাগৃতি মঞ্চৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , June 8, 2019 6:40 pm

2 min read

eid cultural programme in sivasagar
715
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে শিৱসাগৰৰ নাট্য মন্দিৰত সুপ্ত সংগীত প্ৰতিভাক আদৰি আনি মাটিৰ গোন্ধ থকা গীত মাত আৰু সুৱদী সুৰীয়া গীত বাদ্যক লৈ সমাজৰ দুস্কৃতি বিনাশৰ লক্ষ্যৰে শিৱসাগৰৰ ন-পুৰণি সাংস্কৃতিক কৰ্মীৰ এক অবিৰত যাত্ৰা সুৰ জাগৃতি মঞ্চই ঈদৰ সুৰীয়া সন্ধ্যা শীৰ্ষক এক বৰ্ণাধ্য সাংস্কৃতিক তথা সমন্বয়ৰ অনুষ্ঠান অনুষ্ঠিত কৰে।

শিৱসাগৰৰ বহু প্ৰতিভাৱান শিল্পী আৰু বিভিন্ন সম্প্ৰদায়ে অনুষ্ঠানটোত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সমাজৰ অপশক্তিক বিনাশ কৰি কলা-সংস্কৃতিৰ জড়িয়তে একতাৰ এনাজৰীডাল আৰু দৃঢ় কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰে সুৰ জাগৃতি মঞ্চই।

অনুষ্ঠানৰ আৰম্ভনিতে বৰগীত পৰিবেশন কৰে চেহনাজ ইছলামে। জিকিৰ পৰিবেশন কৰে চামিনা বেগমৰ দলে। কচিদা গীত পৰিবেশন কৰে আমগুৰিৰ যুৱ জামাতে। পেঁপাবাদন কৰে লক্ষীনন্দন মহনে।

পুৰণি অসমীয়া, হিন্দী গীত আৰু গজল পৰিবেশন কৰে ক্ৰমে প্ৰবুদ্ধ প্ৰতাপ চেতিয়া, জয়ন্ত দত্ত, নেইম হেমিদ, প্ৰেৰণা হাজৰিকা, জান্তুমণি শইকীয়া দাস, চেভি আখতাৰ, আজাদ আলম, ৰৰিকুজ জামান হাজৰিকা, আচফিকুৰ ৰহমান হাজৰিকা, চবিনা বেগম, ৰাজেন্দ্ৰ যোশী, অনিল গোৱেল, চাবিনা বাৰিক, ৰিতুৰাজ বৰুৱা, আমিন উল্লা, চামচুল বাৰিক আৰু অতিথি শিল্পী জয়শ্ৰী গোস্বামীয়ে।

চামচুল বাৰিকে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী মাসন বৰাই। আদৰণি ভাষণ প্ৰদান কৰে সুৰ জাগৃতি মঞ্চৰ সভাপতি প্ৰবুদ্ধ প্ৰতাপ চেতিয়াই।

অনুষ্ঠানটোত ভূপেনদাৰ একালৰ সংগী গিয়াচুদ্দিন আহমেদক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। ঈদৰ সুৰীয়া সন্ধ্যাৰ মঞ্চ উৎসৰ্গা কৰে বিশিষ্ট কৌতুক শিল্পী পুণ্য দাসৰ সোঁৱৰণত।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd