• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পি এম নৰেন্দ্ৰ মোদী’ৰ মুক্তিত নিষেধাজ্ঞা

লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ নোহোৱা পৰ্য্যন্ত চিনে’মাখনৰ মুক্তি নিষিদ্ধ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2019 5:06 pm
election commission bans release of PM Modi

‘পি এম নৰেন্দ্ৰ মোদী’ৰ প’স্তাৰ। ছবি সৌজন্য- টুইটাৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূবতো প্ৰদৰ্শিত হ’বলগীয়া প্ৰধান মন্ত্ৰী মোদীৰ জীৱনভিত্তিক বলিউদি চিনে’মা ‘পি এম নৰেন্দ্ৰ মোদী’ৰ মুক্তিত বুধবাৰে নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ নোহোৱা পৰ্য্যন্ত চিনে’মাখনৰ মুক্তি নিষিদ্ধ কৰা হৈছে।

Apply Now

“এইধৰণৰ ‘ৰাজনৈতিক বিষয়বস্তু’ সম-সুযোগৰ প্ৰতি গুৰুতৰ ভাবুকি কাৰণ টে’লিভিঝন/ চিনে’মা/ ইণ্টাৰনে’ট নিৰ্ভৰ বিনোদন কাৰ্য্যসূচী/ চ’চিয়েল মিদিয়াৰ যোগেদি প্ৰদৰ্শিত হৈ এনে বিষয়বস্তুৱে সত্যতাৰ এক ধাৰণা সৃষ্টি কৰিব পাৰে। আৰু সেয়ে সম-সুযোগ নিশ্চিত কৰা আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বৃহত্তৰ স্বাৰ্থত আচৰণবিধি উলংঘা ৰোধৰ বাবে নিৰ্বাচনৰ সময়ত এনে ৰাজনৈতিক বিষয়বস্তু নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন,” আয়োগৰ নিৰ্দেশত উল্লেখ।

চিনেমাখনে “দৰ্শক আৰু ভোটাৰক হেৰফেৰ, প্ৰভাৱিত আৰু মোহিত” কৰিব বুলি আপত্তিৰে কংগ্ৰেছ নেতা এগৰাকীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছে আয়োগে।

দেশৰ সমাগত লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰম্ভ হোৱাৰ দিনটোতে ১১ এপ্ৰিলত চিনেমাখন মুক্তি দিব খোজা হৈছিল।

অভিযোগকাৰী অমন পনৱাৰৰ লেখ আবেদন (WP (C) no 450/ 2019) সন্দৰ্ভত সিদ্ধান্ত কৰাৰ বাবে নিৰ্বাচন আয়োগহে উপযুক্ত কৰ্তৃপক্ষ বুলি মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল।

Election Commission bans screening of biopic on PM Modi
এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে ৱিৱেক অবেৰয়ক কৰা সমালোচনাৰ স্ক্ৰীন শ্বট।

চিনে’মাখনৰ “উদ্দেশ্য”ক কংগ্ৰেছ আৰু বিৰোধী দলসমূহৰ লগতে বিভিন্ন ব্যক্তিয়ে তীব্ৰ সমালোচনা কৰিছিল।

বিৰোধিতা কৰাক লৈ ৰাহুল গান্ধীকে ধৰি বিভিন্নজনৰ সৈতে যুক্তি-তৰ্কত নামি পৰা অভিনেতা ৱিৱেক অবেৰয়ো এতিয়া টুইটাৰত প্ৰতি-সমালোচনাৰ পাত্ৰ হৈ পৰা পৰিলক্ষিত হৈছে।

অৱেৰয়ে চিনে’মাখনত প্ৰধান মন্ত্ৰী মোদীৰ ৰূপত মুখ্য ভূমিকাত অভিনয় কৰিছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd