• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচন আয়োগৰ অধিবক্তা মোহিত ডি ৰামৰ আচম্বিত পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2021 5:23 pm
election-commission-759
394
VIEWS
Share on FacebookShare on Twitter

দেশৰ পাঁচ খন ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে বিধানসভাৰ নিৰ্বাচন।

অসমক বাদ দি বাকী প্ৰায় কেইখন ৰাজ্যতে নতুন চৰকাৰো গঠন হৈছে।

খন ৰাজ্যত এনে উত্তৰ নিৰ্বাচনী তৎপৰতা চলি থকাৰ সময়তে আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ অধিবক্তা  মোহিত ডি ৰামে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

শেহতীয়াকৈ দেশৰ কেইবা খনো উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে কোভিড পৰিস্থিতিৰ মাজত নিৰ্বাচনী সভাসমূহত জন সমাগম ৰোধত ব্যৰ্থ  হোৱা বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক সমালোচনাৰে থকা-সৰকা কৰিছে।

এনে সময়তে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ অধিবক্তা গৰাকীয়ে পদত্যাগ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

পদত্যাগ পত্ৰত ৰামে লিখিছে যে নিৰ্বাচন আয়োগত এগৰাকী অধিবক্তা হিচাবে কাৰ্যনিৰ্বাহ কৰিবলৈ পাই তেওঁ সুখী। কিন্তু সাম্প্ৰতিক সময়ত নিৰ্বাচন আয়োগত তেওঁৰ কোনো মূল্য নোহোৱা হৈ পৰিছে বুলি তেওঁ অনুভৱ কৰিছে।

সেইবাবেই তেওঁ পদত্যাগৰ সিদ্ধান্ত হৈছে।উল্লেখ্য ২০১৩ চনৰে পৰাই ডি ৰামে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সৈতে জৰিত হৈ আছিল।

শেহতীয়াকৈ বিভিন্ন কাৰণত কেন্দ্ৰীয় নিৰ্বাচন আয়োগ ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হোৱা বাবেই নিৰ্বাচন আয়োগৰ অধিবক্তাগৰাকীয়ে পদত্যাগ কৰা বুলি বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd