DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ই ভি এম “গণ্ডগোল”! তদন্তৰ বাবে অসম অভিমুখে নিৰ্বাচন আয়োগৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 8:42 pm
Election Commission to investigate EVM manipulation in Assam

প্ৰতিনিধিত্বমূলক ফাইল ছবি।

1.7k
VIEWS
Share on FacebookShare on Twitter

অসমত সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত ই ভি এমৰ “গণ্ডগোল”ক লৈ উঠা অভিযোগৰ তদন্ত কৰিবলৈ বুধবাৰে আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল।

এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগৰ বিষয়াক সাক্ষাৎ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।

যোৱা ২৮ এপ্ৰিলৰ নিশা প্ৰায় ১০:৩০ বজাত কেইবা ত্ৰাকো “অব্যৱহৃত” ই ভি এম গুৱাহাটীৰ আমিনগাঁৱস্থিত এটা গুদামত জমা কৰাক লৈ আয়োগক আপত্তি দৰ্শাইছে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

“তথাকথিত অব্যৱহৃত ই ভি এমসমূহ জমা কৰাৰ নামত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ সমগ্ৰ কাৰ্য্যকলাপে ই ভি এমসমূহত গণ্ডগোল কৰাৰ এক গভীৰ শংকাৰ সৃষ্টি কৰিছে,” বৰাৰ মত।

ঘটনাটোক লৈ কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু অতিৰিক্ত উপায়ুক্ত ময়ুৰী ওজাৰ বদলিৰো দাবী কৰিছে কংগ্ৰেছে। ময়ূৰী ওজা গুৱাহাটী লোকসভা সমষ্টিৰ শাসকীয় বিজেপি প্ৰাৰ্থী কুইন ওজাৰ জীয়ৰী।

“ময়ূৰী ওজাৰ মাক কুইন ওজা ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী। ই ভাৰতৰ নিৰ্বাচনী আয়োগৰ আদৰ্শ আচৰণবিধিৰ পূৰ্ণ উলংঘন,” বৰাই কয়।

বৰাই কয় যে এই দুই বিষয়াৰ বদলিকৰণ অবিহনে “নিৰপেক্ষ” ভোটগণনা অসম্ভৱ।

গুৱাহাটী লোকসভা সমষ্টিৰ কেইবাটাও বিধানসভাৰ ব্যৱহৃত ই ভি এমসমূহো আমিনগাওঁস্থিত কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ স্ত্ৰং ৰুমতে জমা ৰখা হৈছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd