• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনিয়া উপ-নিৰ্বাচনৰ বাবে বৰপেটাত নিৰ্বাচন পৰ্য্যবেক্ষক; পোনপটীয়াকৈ আপত্তি দিব পাৰিব ৰাইজে

আনিছুজ জামান by আনিছুজ জামান
September 29, 2019 9:54 pm
Jania Election observer

জনিয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক বাটাকৰুশ্ন ডেহুৰ।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন বাবে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক  বাটাকৰুশ্ন ডেহুৰ আজি আগবেলাতে বৰপেটাত আহি উপস্থিত হৈছে।

সম্প্ৰতি আৱৰ্ত ভৱনত বাহৰ পাতি থকা বিষয়াগৰাকীক জনিয়া উপ-নিৰ্বাচন সংক্ৰান্তীয় কোনো ওজৰ-আপত্তি বা তথ্য জনাব বিচাৰিলে যিকোনো দল, সংগঠন বা ব্যক্তিয়ে তেওঁক বৰপেটা আৱৰ্ত ভৱনত সাক্ষাৎ কৰিব পাৰিব।

Apply Now

তেওঁৰ সাক্ষাতৰ সময় হৈছে পুৱা ১০.৩০ বজাৰ পৰা ১১.৩০ বজালৈ। এই কথা জনাইছে বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই।

৮৬৪৮২২৭৮৩৪ নম্বৰত টেলিফোন কৰিও ৰাইজে ওজৰ-আপত্তি বা তথ্য জনাবলৈ তেওঁৰ সৈতে পোনপটীয়া যোগাযোগ কৰিব পাৰিব।

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকী সম্প্ৰতি উৰিষ্যা চৰকাৰৰ অতিৰিক্ত সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।

বৰপেটাত আহি উপস্থিত হোৱাৰ পিছতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এই নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া প্ৰণৱ কুমাৰ শৰ্মা আৰু অন্যান্য জেষ্ঠ বিষয়াসকলে তেওঁক আদৰণি জনায়।

তেওঁ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কত  বুজ লয়। উল্লেখ্য যে এই উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন।

 

আনিছুজ জামান

আনিছুজ জামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

October 20, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd