• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , March 16, 2021 8:26 am

1 min read

111195-voter-id-750x375

প্রতিনিধিত্বমূলক ফটো।

359
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী বিষয়া আৰু এগৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

বেটীয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিপুল কুমাৰ ভাগৱতীলৈ অকৰ্তৃত্বশীলভাৱে প্ৰশিক্ষণত উপস্থিত নথকাৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

জাননী লাভ কৰাৰ তিনিদিনৰ ভিতৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে।

আনহাতে, গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত এটা ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দায়িত্বত থকা বিষয়া দুলাল কুৰ্মীকো কৰ্তব্যত গাফিলতী কৰাৰ অভিযোগত আদৰ্শ আচৰণ বিধি কোষে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

তেওঁক জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd