• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপঢৌকন লোৱাৰ বাবে গ্ৰেপ্তাৰ নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
March 29, 2019 12:09 pm
ANNN-1-750x375

আতশী দত্ত তৰফদাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাই উপঢৌকন লোৱাৰ অপৰাধত বৃহস্পতিবাৰে সন্ধিয়া কাছাৰ জিলা নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াই জানিব দিয়ে যে দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ এটা নজনীয়া দলে কাছাৰ জিলা নিৰ্বাচন কাৰ্যালয়ৰ মুখ্য সহায়কাৰী আতশী দত্ত তৰফদাৰক তেওঁৰ কাৰ্যালয়ৰ কক্ষৰ ভিতৰত এগৰাকী ছপাশালৰ গৰাকীৰ পৰা উপঢৌকন লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰে।

Apply Now

সূত্ৰসমূহে কয় যে মহিলা কৰ্মচাৰীগৰাকীয়ে শিলচৰৰ এটা ছপাশালৰ গৰাকী সুজিত চন্দাৰ পৰা তেওঁৰ ২.৫ লাখ টকাৰ অনাদায় বিল মুকলি কৰি দিয়াৰ বাবদ নগদ ৯৫,০০০ টকা দাবী কৰিছিল।

সুজিতে দাখিল কৰা এক অভিযোগৰ ওপৰত ভিত্তি কৰি দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ দলটোৱে ৰচা ফান্দত ভৰি দি তেওঁ নগদ ৩০,০০০ টকা লৈ থকা অৱস্থাতে ধৰা পৰে।

সূত্ৰসমূহে কয় যে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন,১৯৮৮ৰ ধাৰা ৭(এ)ৰ অধীনত ৪/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

‘’ মোৰ ২.৫ লাখ টকাৰ বিল মুকলি কৰি দিয়াৰ বাবে তেওঁ ৯৫,০০০ টকা দাবী কৰিছিল। যেতিয়া মই তেওঁক কিছু ছপাৰ কামৰ নিৰ্দেশ দিবলৈ অনুৰোধ কৰিছিলো, তেওঁ তেওঁৰ ধন খিনি নিদিয়াৰ বাবে কোনো ছপাৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল,’’-সুজিত চন্দাই নৰ্থইষ্ট নাওৰ আগত কয়।

‘’তেওঁ মোক ফোন কৰি মোক বহুত হাৰাশাস্তি কৰিছিল যাৰবাবে মই চিবিআইক অৱগত কৰিছিলো। চিবিআয়ে মোক ৰাজ্যিক দুৰ্নীতি নিবাৰক ও তদাৰকী সঞ্চালকালয়ক অৱগত কৰাবলৈ ক’লে,’’-তেওঁ লগতে কয়।

দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ দলটোৱে লগতে ধৃত কৰ্মচাৰীগৰাকীৰ জিম্মাৰ পৰা ২,৭৪,৫০০ টকা উদ্ধাৰ কৰে।

ধৃত মহিলা কৰ্মচাৰীগৰাকীক চিকিৎসাজনিত পৰীক্ষা কৰাৰ লগতে নিশাটোৰ বাবে শিলচৰ সদৰ থানাৰ মহিলা চেলত ৰখা হয়।

আজি তেওঁৰ ঘৰতো তালাচী চলোৱাৰ পাছত পৰৱৰ্তী জেৰাৰ বাবে গুৱাহাটীলৈ নিয়া হ’ব বুলি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd