Election Result 2024 LIVE Updates : লোকসভা নিৰ্বাচন, ২০২৪ ৰ ফলাফল

Loksabha Election Result 2024

আজি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব ২০২৪ৰ নিৰ্বাচনৰ ফলাফল। চলি আছে দেশৰ সকলো সমষ্টিৰ ভোট গণনা।