• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত চৰকাৰী কাৰ্যালয় সমূহৰেই অনাদায় হৈ থকা বিদ্যুৎ বিলৰ পৰিমাণ কোটিৰো অধিক

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 1, 2021 3:52 pm
dog

*

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত অসমৰ শক্তি মন্ত্ৰী গৰাকীয়ে বিদ্যুৎ বিভাগত নতুন গতি প্ৰদানৰ বাবে বিদ্যুৎ বিল পৰিশোধকে ধৰি বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেই সময়ত চৰকাৰী বিভাগৰ কাৰ্যালয় সমূহৰ অনাদায় হৈ থকা বিদ্যুৎ বিলৰ পৰিমানে ভবাই তুলিছে জনসাধাৰণক।

জানিবপৰা মতে যোৰহাট জিলাৰ টীয়ক বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ চৰকাৰী কাৰ্যালয় সমূহে পৰিশোধ কৰিব লগা বিদ্যুৎ বিলৰ পৰিমাণ প্ৰায় ডেৰ কোটি ।

Apply Now

ইয়াৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাদায় হৈ আছে সৰ্বাধিক প্ৰায় ৭২ লাখ টকা, জলসিঞ্চন বিভাগৰ প্ৰায় ২০ লাখ টকা, টীয়ক পৌৰসভাৰ অনাদায় হৈ আছে প্ৰায় ৬১ হাজাৰ টকা , অন্যান্য চৰকাৰী কাৰ্যালয়ৰ অনাদায় হৈ থকাৰ ধনৰ মূঠ পৰিমান প্ৰায় ১৫ লাখ টকা ।

এনেদৰে চৰকাৰী কাৰ্যালয় সমূহৰ অনাদায় হৈ থকা বিদ্যুৎ বিল পৰিশোধৰ বেলিকা কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষনীয় হব ।

ইয়াৰ বিপৰীতে কিন্তু ব্যক্তিগত বিদ্যুৎ গ্ৰাহক সকলে নিয়মিত বিদ্যুৎ বিল প্ৰদান কৰাৰ ফলত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় ২৬ হাজাৰ বিদ্যুৎ গ্ৰাহক থকা টীয়ক বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ কাকজান আৰু টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত ৰাজহ জমা হৈছে কোটিৰ ঘৰত ।

ইপিনে টীয়ক উপ সংমণ্ডলৰ অধীনস্থ উত্তৰ দুলীয়া গাঁৱৰ বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ ঘৰত সংযোজিত কুটিৰ জ্যোতি আঁচনিৰ বিদ্যুৎ বিল মাহত পোন্ধৰ হাজাৰ টকাৰ পৰা পঁচিশ হাজাৰ টকা পৰ্যন্ত অহা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ছাত্র সন্থাই দৰিদ্ৰ লোকসকলৰ অত্যাধিক বিল অহা বিষয়টোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে অনাদায় হৈ থকা চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ সংশ্লিষ্ট কাৰ্যালয় সমূহৰ মুৰব্বীক আহ্বান জনাইছে ।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd