DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই কামটো নকৰিলে বন্ধ হ’ব পাৰে অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, কি কাম?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2021 7:55 pm
982
VIEWS
Share on FacebookShare on Twitter

এটা কাম নকৰিলে অসম চৰকাৰ অধীনত থকা বিভিন্ন বিভাগৰ যিকোনো কৰ্মচাৰীৰে দৰমহা বন্ধ হ’ব।

কিন্তু কি কামনো সেয়া?

এতিয়াৰে পৰা যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিয়মিত বিদ্যুতৰ মাচুল পৰিশোধ নকৰে তেওঁলোকৰ দৰমহা বন্ধ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিদ্যুৎ খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰা হ’ব বুলি ঘোষণা কৰাৰ সময়তে বিদ্যুৎ বিভাগে বিদ্যুতৰ বিল সময় মতে পৰিশোধ নকৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে।

সেই মৰ্মে এপিডিচিএলৰ পৰিচালন সঞ্চালকে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব , আয়ুক্ত আৰু সচিবসকললৈ এই বিষয়ত ব্যৱস্থাগ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।

Assam-Power-Distribution-Company-Ltd-1-214x300

 

এপিডিচিএলৰ পৰিচালন সঞ্চালকগৰাকীয়ে পত্ৰ খনত প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুতৰ বিল পৰিশোধ কৰিবলগীয়া নাই বুলি প্ৰমাণপত্ৰ দিয়াটো বাধ্যতামূলক কৰাৰ বাবে অনুৰোধ জনাইছে।

সকলো কৰ্মচাৰীয়ে ৩০ জুনৰ ভিতৰত এনে প্ৰমাণপত্ৰ আহৰণ কৰিব লাগিব।

উল্লেখ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বিদ্যুতৰ বিল প্ৰস্তুত ,মিটাৰ ৰিডিং আদিৰ ক্ষেত্ৰত গুজৰাটৰ আৰ্হি লোৱাৰ পোষকতা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি বিদ্যুতৰ বিল পৰিশোধ নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰাই বিলৰ ধন কাটি ৰখাৰ কথা কৈছিল।

তেওঁ পাঁচ বছৰৰ ভিতৰত অসমৰ বিদ্যুৎ খণ্ডৰ চকুত লগা উন্নতি সাধনৰ বিষয়তো গুৰুত্ব দি আহিছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd