• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ জলাশয়ত আৱদ্ধ হৈ পৰা বনৰীয়া হাতীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2021 8:36 am
stuck elephant

প্ৰতিনিধিত্বমূলক ফটো।

209
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট ৰেঞ্জৰ নুমলীগড় বিট কাৰ্যালয়ৰ অন্তৰ্গত খুমটাইৰ সমীপৰ বৰবিলৰ জলাশয়ত আৱদ্ধ হৈ পৰা এটা প্ৰাপ্ত বয়স্ক বনৰীয়া হাতীৰ শনিবাৰে মৃত্যু হয়।

বন কৰ্তৃপক্ষই এচিএফ ৰিতু পৱন বৰাক হাতীটোৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে নিয়োগ কৰিছে।

বন বিভাগে জানিবলৈ দিয়া মতে এটা প্ৰাপ্ত বয়স্ক হাতী জাকৰ পৰা পৃথক হৈ যোৱা ১ জুলাইৰ পুৱা প্ৰায় ১০.৩০বজাত বৰবিলত প্ৰৱেশ কৰিছিল।

গোলাঘাট ৰেঞ্জৰ বনাঞ্চলিক বিষয়াই খৱৰ পোৱাৰ পাছতে বনকৰ্মীৰ দল লগত লৈ ঘটনাস্থলীত উপস্থিত হৈছিল।

বনাঞ্চলিক বিষয়াগৰাকীয়ে কাজিৰঙাৰ পানবাৰী চিডব্লিউআৰচিৰ পশুচিকিৎসকক যোগাযোগ কৰাত তেওঁ সন্ধিয়ালৈকে হাতীটোক নিৰীক্ষণ কৰাৰ পৰামৰ্শ দিয়ে যাতে ই জলাশয়ৰ পৰা উঠি আহিব পাৰে।

বিয়লি বনকৰ্মীসকলে হাতীটোৱে জলাশয়ৰ পৰা উঠি আহিবলৈ চেষ্টা চলোৱা প্ৰত্যক্ষ কৰে যদিও কেইবাবাৰো চেষ্টা কৰাৰ পাছত হাতীটো উঠি অহাত ব্যৰ্থ হয়।

প্ৰায় সন্ধিয়া হৈ অহাৰ সময়ত বনকৰ্মীসকলে এখন নাৱেৰে হাতীটোৰ কাষ পাই দেখে যে হাতীটোৰ মৃত্যু ঘটিছে।

শনিবাৰে হাতীটোৰ মৃতদেহটো ক্ৰেনৰ সহায়ত জলাশয়ৰ পৰা তুলি অনা হয় আৰু পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত হাতীটোতে জলাশয়ৰ ওচৰতে সমাধিস্থ কৰা হয়।

মৰণোত্তৰ পৰীক্ষা কৰা পশু চিকিৎসকগৰাকীৰ মতে বিভিন্ন অংগ বিকল হৈ পৰাৰ ফলতে হাতীটোৰ মৃত্যু ঘটিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd