• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী চাফাৰী

উত্তম শইকীয়া উত্তম শইকীয়া
বোকাখাত , April 27, 2019 8:51 am

1 min read

elephant-ride_2

কাজিৰাঙাত হাতী চাফাৰীৰ দৃশ্য

2.1k
VIEWS
Share on FacebookShare on Twitter

বিগত সময়ৰ দৰে  ১ মে’ৰ পৰা এশিঙিয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটক সকলৰ বাবে বন্ধ কৰা হব হাতী চাফাৰী৷ এই সম্পৰ্কত শুকুৰবাৰে এক বিভাগীয় নিৰ্দেশনা জাৰি কৰে পূব অসম বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই ৷

নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি ১ মে’ৰ পৰা পৰ্যটকসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো ৰেঞ্জত হাতী চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন  বন্ধ কৰা হ’ব।

আনহাতে, হাতী চাফাৰী বন্ধ হোৱাৰ পাছত মে’ মাহৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে জীপ চাফাৰীও বন্ধ হোৱাৰ সম্ভাৱনা আছে। বাৰিষাৰ আগমণৰ লগে লগে কাজিৰঙাত হাতী আৰু জীপ চাফাৰী বন্ধ হয়।

প্ৰতিটো বাৰিষাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বাট-পথ সমূহ গাড়ী চলাচল কৰাৰ বাবে অনুপযুক্ত হৈ পৰাৰ বাবেই বহু মাহ উদ্যানখন পৰ্যটকৰ বাবে বন্ধ থাকে।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আগন্তুক বাৰিষা কালত উদ্যানখনত সৃষ্টি হ’ব পৰা বানপানীৰ লগত মোকামিলা কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd