• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চেঞ্চৰশ্বিপৰ অভিযোগত কেন্দ্ৰৰ বিৰুদ্ধে গোচৰ তৰিলে ইলন মাস্কৰ ‘এক্সে’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 7:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইলন মাস্কৰ কোম্পানী ‘এক্স কৰ্প’এ মোদী চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত। সংস্থাটোৱে কেন্দ্ৰৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(খ)ৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰি ৰুজু কৰিছে এই গোচৰ। এই আইন বৈধ নহয় বুলি দাবী কৰিছে এক্স কৰ্পে। তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৭৯(৩)(খ)ৰ অধীনত প্ৰৱৰ্তন কৰা চেন্সৰশ্বিপ ব্যৱস্থাৰ বাবে তেওঁলোকৰ কন্টেন্ট ব্লক কৰা হৈছে অভিযোগ উত্থাপন কৰি কয় যে ইয়াৰ বাবেই প্লেটফৰ্মৰ কাম-কাজত প্ৰভাৱ পৰিছে।

প্ৰকাশিত তথ্য অনুসৰি এই অভিযোগৰ বিষয়ে চৰকাৰক অৱগত কৰা হৈছে আৰু পদ্ধতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে। আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে আইন মানি চলিব লাগিব বুলি উল্লেখ কৰিছে।

Apply Now

শেহতীয়াকৈ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এক্সৰ চাটবট গ্ৰ’কক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইতিমধ্যে চাটবটে ব্যৱহাৰ কৰা ভাষাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। দাবী কৰা হৈছে যে গ্ৰ’কে সঘনাই অশ্লীল ভাষা ব্যৱহাৰ কৰে। কেন্দ্ৰই জানিব বিচাৰিছে যে কিয় এনেদৰে এআই বটটো সৃষ্টি কৰা হ’ল।

উল্লেখযোগ্য যে ধাৰা ৭৯(৩)(খ) অনুসৰি চৰকাৰে যিকোনো পৰিস্থিতিত ইণ্টাৰনেটৰ যিকোনো বিষয়বস্তু ব্লক কৰিব পাৰে। আৰু আইনখনৰ এই  নীতিৰ বিৰুদ্ধে এক্সে আপত্তি দৰ্শাইছে। তেওঁলোকে দাবী জনাইছে যে যদি কোনো কন্টেন্ট আঁতৰোৱাৰ কাৰণ দিব লাগিব  আৰু চূড়ান্ত সিদ্ধান্তৰ বাবে জাননিৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰোপৰি এক্সে দাবী কৰিছে যে যদি চৰকাৰে কোনো বিষয়বস্তু আঁতৰাই পেলায় বা ব্লক কৰে তেন্তে সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ আইনী অধিকাৰো থাকিব লাগে।

এনে পৰিস্থিতিত এক্সে কেন্দ্ৰৰ নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে নিজৰ স্থিতিত অটল থাকি ইণ্টাৰনেটৰ পৰা ‘আপত্তিজনক’ বিষয়বস্তু আঁতৰোৱাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াক আইন মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে চৰকাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd