• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজ আকাশত ভাঙি টুকুৰা টুকুৰ ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ; ব্যাহত বিমান সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 11:44 am
3k
VIEWS
Share on FacebookShare on Twitter

মাজ আকাশতে ভাঙি গ’ল ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। এই মহাকাশযানখন বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়। কিন্তু উৎক্ষেপণৰ মাত্ৰ আঠ মিনিটৰ পিছতে ষ্টাৰশ্বিপখন ভাঙি টুকুৰা হৈ পৰে। ইয়াৰ ফলত বৃহৎ অঞ্চলত বিমান সেৱাত ব্যহত হয়। কমেও ২০খন বিমানৰ পথ সলনি কৰিবলগীয়া হয়। অৱশ্যে আমেৰিকান কোটিপতিগৰাকীয়ে সমগ্ৰ বিফলতাক অতি ধেমেলীয়া ধৰণে লৈছে।

মাস্কৰ কোম্পানী স্পেচএক্সে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ লক্ষ্যৰে ২০২৩ চনত আৰম্ভ কৰিছে ষ্টাৰশ্বিপ প্ৰকল্প। ইয়াৰ পূৰ্বে ৬ খন ষ্টাৰশ্বিপ নিৰ্মাণ কৰি উৎক্ষেপণ কৰা হৈছে। বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে উৰণ কৰা হয় সপ্তমখন ষ্টাৰশ্বিপ।

ষ্টাৰশ্বিপখন উৎক্ষেপণৰ এঘণ্টাৰ পিছত পুনৰ ভাৰত মহাসাগৰত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু বাস্তৱত ইয়াৰ বিপৰীত ঘটিল। মাস্কৰ সপোনৰ ষ্টাৰশ্বিপখন উৎক্ষেপণৰ কিছু সময়ৰ পিছতে টুকুৰা টুকুৰ হৈ পৰে। মেক্সিকো উপসাগৰৰ এক বিশাল অঞ্চলত ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ পৰে।

Mechazilla has caught the Super Heavy booster! pic.twitter.com/aq91TloYzY

— SpaceX (@SpaceX) January 16, 2025

ষ্টাৰশ্বিপখন ভাঙি যোৱাৰ মুহূৰ্তটো কেমেৰাত বন্দী কৰিছিল সংবাদ সংস্থা ৰয়টাৰে। তাত দেখা যায় যে সমগ্ৰ আকাশ ধোঁৱাই আৱৰি ধৰিছে। জ্বলি থকা ষ্টাৰশ্বিপখনৰ ভগ্নাংশ জুইৰ গোলকৰ দৰে মাটিৰ ফালে নামি আহিছে। ইয়াৰ বাবেই বিমান সেৱা ব্যাহত হৈ পৰে। খবৰ অনুসৰি মিয়ামি বিমানবন্দৰত কেইবাখনো বিমান বাতিল কৰা হৈছে। ২০খন বিমানে দিশ সলনি কৰিব লগা হৈছে। ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষৰ ফলত বিমানৰ ক্ষতি নহ’বৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল।

Success is uncertain, but entertainment is guaranteed! ✨
pic.twitter.com/nn3PiP8XwG

— Elon Musk (@elonmusk) January 16, 2025

ষ্টাৰশ্বিপখন কিয় এনেকৈ ভাঙি গ’ল? স্পেচএক্সে জনোৱা মতে, উৎক্ষেপণৰ পিছত ৰকেটৰ পৃষ্ঠত থকা যন্ত্ৰসমূহৰ মাজত সমন্বয় বিঘ্নিত হয়। সেইবাবেই ষ্টাৰশ্বিপখন ভাঙি পৰিল। অৱশ্যে মাস্কে ধেমেলীয়া ভাৱেৰে ষ্টাৰশ্বিপখন ভাঙি যোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰে। তেওঁৰ ভাষাত “সফলতা নিশ্চিত নহয়।” “কিন্তু মনোৰঞ্জনৰ অভাৱ নহ’ব।” অৱশ্যে এই বিফলতাৰ মাজতো স্পেচএক্সে ভৱিষ্যতে সফলতা লাভ কৰিব বুলি আশাবাদী।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd