• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ সীমান্তৰ সমীপৰ ৩টা স্থল বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে বাংলাদেশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 12:27 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বন্দৰেৰে বাংলাদেশী সামগ্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। এইবাৰ ইউনুছ চৰকাৰে তিনিটা স্থল বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এনে চাঞ্চল্যকৰ তথ্য শেহতীয়াকৈ চৰ্চালৈ আহিছে।

জানিব পৰা মতে, মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সীমান্তৰ সমীপৰ তিনিটা স্থল বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

Apply Now

বাতৰি অনুসৰি, বাংলাদেশ চৰকাৰে ৰংপুৰৰ নীলফামাৰীৰ চিলাহাটী স্থল বন্দৰ, চুৱাডাঙাৰ দৌলতগঞ্জ স্থল বন্দৰ আৰু ৰাঙামাটিৰ টেগামুখ স্থল বন্দৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ কাৰ্যালয়তো উপদেষ্টা পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। তাত বন্দৰসমূহৰ বাবে নিৰ্ধাৰিত কমিটীয়ে এই বন্ধৰ পৰামৰ্শ পৰিষদক দিছিল। যাৰ ওপৰত পৰিষদে সন্মতি প্ৰকাশ কৰে। আৰু তাৰ পিছতে ভাৰত সীমান্তৰ সমীপৰ বন্দৰসমূহ বন্ধ কৰি দিয়া হৈছে।

সূত্ৰ অনুসৰি, বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰিষদ কমিটীয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বৰ্তমান বাংলাদেশৰ হাবিবগঞ্জৰ বাল্লা স্থল বন্দৰ কোচবিহাৰৰ হালদিবাৰীৰ সমীপত চিলাহাটী বন্দৰ আৰু নদিয়া জিলাৰ সমীপৰ দৌলতগঞ্জ বন্দৰ বন্ধ কৰি দিয়া হৈছে।

জানিব পৰা মতে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ বিভিন্ন স্থল বন্দৰৰ বিত্তীয় জৰীপৰ নিৰ্দেশ দিছিল। আৰু সেই সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। ইউনুছ প্ৰশাসনৰ বিষয়াসকলে এই বন্দৰসমূহ কাৰ্যতঃ অসাৰ বুলি দাবী কৰিছে। তাৰপিছতে বন্দৰসমূহ বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হয়।

বাতৰি অনুসৰি, অতি শীঘ্ৰে এই আঠটা স্থল বন্দৰ বন্ধ হৈ যাব। কাৰণ হিচাপে ইউনুছ চৰকাৰৰ প্ৰেছ সচিব ছফিকুল ইছলামে কয় যে এই বন্দৰসমূহ ইমান দিনে দেশৰ দুই এজন নেতাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। যিটো চৰকাৰৰ বাবে প্ৰকৃততে উপযোগী নহয়। বৰং আৰ্থিক লোকচানহে হয়। ফলত অতি শীঘ্ৰে এই বন্দৰসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd