• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজ আকাশত ভাঙি টুকুৰা টুকুৰ ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ; ব্যাহত বিমান সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2025 11:44 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজ আকাশতে ভাঙি গ’ল ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। এই মহাকাশযানখন বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়। কিন্তু উৎক্ষেপণৰ মাত্ৰ আঠ মিনিটৰ পিছতে ষ্টাৰশ্বিপখন ভাঙি টুকুৰা হৈ পৰে। ইয়াৰ ফলত বৃহৎ অঞ্চলত বিমান সেৱাত ব্যহত হয়। কমেও ২০খন বিমানৰ পথ সলনি কৰিবলগীয়া হয়। অৱশ্যে আমেৰিকান কোটিপতিগৰাকীয়ে সমগ্ৰ বিফলতাক অতি ধেমেলীয়া ধৰণে লৈছে।

মাস্কৰ কোম্পানী স্পেচএক্সে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ লক্ষ্যৰে ২০২৩ চনত আৰম্ভ কৰিছে ষ্টাৰশ্বিপ প্ৰকল্প। ইয়াৰ পূৰ্বে ৬ খন ষ্টাৰশ্বিপ নিৰ্মাণ কৰি উৎক্ষেপণ কৰা হৈছে। বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে উৰণ কৰা হয় সপ্তমখন ষ্টাৰশ্বিপ।

Apply Now

ষ্টাৰশ্বিপখন উৎক্ষেপণৰ এঘণ্টাৰ পিছত পুনৰ ভাৰত মহাসাগৰত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু বাস্তৱত ইয়াৰ বিপৰীত ঘটিল। মাস্কৰ সপোনৰ ষ্টাৰশ্বিপখন উৎক্ষেপণৰ কিছু সময়ৰ পিছতে টুকুৰা টুকুৰ হৈ পৰে। মেক্সিকো উপসাগৰৰ এক বিশাল অঞ্চলত ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ পৰে।

Mechazilla has caught the Super Heavy booster! pic.twitter.com/aq91TloYzY

— SpaceX (@SpaceX) January 16, 2025

ষ্টাৰশ্বিপখন ভাঙি যোৱাৰ মুহূৰ্তটো কেমেৰাত বন্দী কৰিছিল সংবাদ সংস্থা ৰয়টাৰে। তাত দেখা যায় যে সমগ্ৰ আকাশ ধোঁৱাই আৱৰি ধৰিছে। জ্বলি থকা ষ্টাৰশ্বিপখনৰ ভগ্নাংশ জুইৰ গোলকৰ দৰে মাটিৰ ফালে নামি আহিছে। ইয়াৰ বাবেই বিমান সেৱা ব্যাহত হৈ পৰে। খবৰ অনুসৰি মিয়ামি বিমানবন্দৰত কেইবাখনো বিমান বাতিল কৰা হৈছে। ২০খন বিমানে দিশ সলনি কৰিব লগা হৈছে। ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষৰ ফলত বিমানৰ ক্ষতি নহ’বৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল।

Success is uncertain, but entertainment is guaranteed! ✨
pic.twitter.com/nn3PiP8XwG

— Elon Musk (@elonmusk) January 16, 2025

ষ্টাৰশ্বিপখন কিয় এনেকৈ ভাঙি গ’ল? স্পেচএক্সে জনোৱা মতে, উৎক্ষেপণৰ পিছত ৰকেটৰ পৃষ্ঠত থকা যন্ত্ৰসমূহৰ মাজত সমন্বয় বিঘ্নিত হয়। সেইবাবেই ষ্টাৰশ্বিপখন ভাঙি পৰিল। অৱশ্যে মাস্কে ধেমেলীয়া ভাৱেৰে ষ্টাৰশ্বিপখন ভাঙি যোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰে। তেওঁৰ ভাষাত “সফলতা নিশ্চিত নহয়।” “কিন্তু মনোৰঞ্জনৰ অভাৱ নহ’ব।” অৱশ্যে এই বিফলতাৰ মাজতো স্পেচএক্সে ভৱিষ্যতে সফলতা লাভ কৰিব বুলি আশাবাদী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd