• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত প্ৰশাসনৰ জৰুৰী পদক্ষেপ

ফাৰ্মাচী-অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দোকান-গেছ এজেন্সী-পেট্ৰ'ল ডিপোৰ বাদে সকলো দোকান-ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ আদেশ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 22, 2020 6:53 am
Majuli-1280x720.jpg1

প্ৰতিনিধিত্বমূলক ছবি,

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীত ক’ৰ’ণা ভাইৰাছ-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।

এই মহামাৰীৰ পৰা মাজুলীবাসীক সুৰক্ষিত কৰাৰ জৰুৰী সতৰ্কতামূলক কাৰ্য ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত আজিৰে পৰা একাধিক নিষেধাজ্ঞা আৰোপ কৰিছে।

Apply Now

সমগ্ৰ মাজুলী জিলাতে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে জাৰি কৰা এই সম্পৰ্কীয় এক আদেশ অনুসৰি নদীদ্বীপ জিলাখনত ৰাজহুৱা স্থানত দুজনকৈ অধিক লোকৰ সমাবেশ নিষিদ্ধ ঘোষণা কৰা হৈছে।

জিলাখনৰ যিকোনো অংশৰ বজাৰ, ৰাজহুৱা স্থান, বিত্তীয় প্ৰতিষ্ঠান আদিত একেলগে ৩ গৰাকী বা ততোধিক লোকৰ সমাবেশ সম্পূৰ্ণ বাৰণ কৰিছে প্ৰশাসনে।

তদুপৰি জিলাখনত কোনো ধৰণৰ সভা, অনুষ্ঠান, সমাবেশ, সমদল আদি জন সমাগম ঘটিব পৰা কাৰ্যসূচীৰ আয়োজনতো সম্পূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।

আনহাতে, মাজুলীত আজিৰে পৰা ফাৰ্মাচী, খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, ৰন্ধন-গেছৰ বিতৰক এজেন্সী আৰু পেট্ৰ’ল ডিপোসমূহৰ বাদে আন সকলো দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ ৰখাৰো নিৰ্দেশ দিছে জিলা দণ্ডাধীশগৰাকীয়ে।

অৱশ্যে ফাৰ্মাচী, খাদ্য তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান, ৰন্ধন-গেছৰ বিতৰক এজেন্সী আৰু পেট্ৰ’ল ডিপোসমূহত গ্ৰাহকৰ বাবে হাত ধোৱাৰ যথোপযুক্ত ব্যৱস্থা ৰখাটো আদেশটোত জিলা প্ৰশাসনে বাধ্যতামূলক কৰিছে।

একেদৰে, জিলাখনত আজিৰে পৰি মাছ-মাংসৰ দোকান, দৈনিক বজাৰ তথা সাপ্তাহিক বজাৰ আদিও সম্পূৰ্ণ বন্ধ ৰাখিবলৈ প্ৰশাসনৰ ফালৰ নিৰ্দেশ দিয়া হৈছে। জিলা দণ্ডাধীশ কৈৰীয়ে একেটা আদেশৰ জৰিয়তে  মাজুলীৰ সকলো ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানতো জন সমাগমৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা বলৱৎ কৰিছে।

ইফালে, মাজুলীৰ বেংকসমূহৰ ক্ষেত্ৰতো ততালিকে প্ৰযোজ্য হোৱাকৈ জিলা দণ্ডাধীশ গৰাকীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেইমতে, বেংকত  গ্ৰাহকে ধন উলিওৱা আৰু জমা কৰাৰ বাদে আন আনুষংগিক বেংকিং সেৱা বন্ধ কৰাৰ লগতে বেংকৰ ভিতৰত দুগৰাকী ব্যক্তিৰ মাজত ন্যূনতম ১ মিটাৰৰ ব্যৱধান থকাটো সুনিশ্চিত কৰিবলৈ বেংক কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

তদুপৰি, এটিএমসমূহতো বেংকৰ ফালৰ পৰা হেল্পডেক্স বহুৱাৰ লগতে হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা ৰখাটো বাধ্যতামূলক হ’ব। মাজুলীৰ জিলা দণ্ডাধীশে জনস্বাৰ্থৰ খাতিৰত জাৰি কৰা এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমগ্ৰ জিলাখনতে বলৱৎ থাকিব।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd