• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ লেখিকা, ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ভগ্নী গীতা মেহতাৰ ৮০ বছৰ বয়সত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2023 7:52 am
প্রসিদ্ধ লেখিকা গীতা মেহতাৰ দেহাৱসান।

প্রসিদ্ধ লেখিকা গীতা মেহতাৰ দেহাৱসান।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ জ্যেষ্ঠা ভগ্নী গীতা মেহতাৰ বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে শনিবাৰে দিল্লীৰ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। তেওঁ ইহসংসাৰত একমাত্ৰ পুত্ৰক এৰি থৈ যায়। তেওঁৰ প্ৰকাশক স্বামী ছনী মেহতাৰ পূৰ্বেই পৰলোকপ্ৰাপ্তি ঘটিছে।

এগৰাকী প্ৰসিদ্ধ লেখিকা, তথ্যচিত্ৰ নিৰ্মাতা, সাংবাদিক গীতা মেহতা আছিল নবীন পাটনায়ক আৰু ব্যৱসায়ী প্ৰেম পাটনায়কৰ জ্যেষ্ঠা ভগ্নী।

১৯৪৩ চনত দিল্লীৰ বিজু পাটনায়ক আৰু জ্ঞান পাটনায়কৰ ঘৰত জন্মগ্ৰহণ কৰা তেওঁ ভাৰতত আৰু পিছত যুক্তৰাজ্যৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

Apply Now

তেওঁ ‘কৰ্ম কোলা’, স্নেক এণ্ড লেডাৰ্ছ’, ‘এ ৰিভাৰ সূত্ৰ’, ‘ৰাজ’ আৰু ‘দ্য এটাৰনেল গণেশ’কে ধৰি কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছে।

জানিব পৰা মতে, মেহতা তেওঁৰ কনিষ্ঠ ভাতৃ নবীন পাটনায়কৰ সৈতে অতি ঘনিষ্ঠ আছিল। ইয়াৰ পূৰ্বে ভুৱনেশ্বৰ ভ্ৰমণৰ সময়ত তেওঁ সাংবাদিকৰ আগত কৈছিল যে “ওড়িছাৰ জনসাধাৰণৰ সৌভাগ্য হৈছে যে তেওঁলোকে নবীন পাটনায়কৰ দৰে এগৰাকী মুখ্যমন্ত্ৰী পাইছে”।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি, এক্সত এটা পোষ্ট দি কয়- “বিশিষ্ট লেখিকা শ্ৰীমতী গীতা মেহতা জীৰ মৃত্যুত মই শোকাভিভুত। তেওঁ আছিল এগৰাকী বহুমুখী ব্যক্তিত্ব, তেওঁৰ বুদ্ধিমত্তা আৰু লেখাৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৰ্ষণৰ বাবে পৰিচিত।” .. প্ৰকৃতি আৰু জল সংৰক্ষণৰ প্ৰতিও তেওঁৰ আবেগ আছিল। এই শোকৰ মুহূৰ্তত মোৰ সমবেদনা @Nveen_Odisha Ji আৰু সমগ্ৰ পৰিয়ালটোৰ সৈতে আছে। ওম শান্তি।”

I am saddened by the passing away of noted writer Smt. Gita Mehta Ji. She was a multifaceted personality, known for her intellect and passion towards writing as well as film making. She was also passionate about nature and water conservation. My thoughts are with @Naveen_Odisha…

— Narendra Modi (@narendramodi) September 16, 2023

ওড়িশাৰ ৰাজ্যপাল গণেশি লালেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।

তেওঁ এক্সত লিখিছে: “মাননীয় মুখ্যমন্ত্ৰী শ্ৰী @Naveen_Odisha ডাঙৰীয়াৰ ভগ্নী নিপুণ ইংৰাজী লেখিকা গীতা মেহতাৰ মৃত্যুৰ কথা জানিবলৈ পাই দুখী হৈছো আৰু শোকসন্তপ্ত পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।”

মেহতাৰ মৃত্যুত ওড়িশাৰ বহু মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তিয়েও শোক প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd