• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰসিদ্ধ কবি জয়ন্ত মহাপাত্ৰৰ ৯৫ বছৰ বয়সত কটকত দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2023 12:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক ভাৰতীয় ইংৰাজী সাহিত্যৰ অগ্ৰণী কবি জয়ন্ত মহাপাত্ৰৰ দেওবাৰে নিশা ৯৫ বছৰ বয়সত ওড়িশাৰ কটকৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটিছে।

নিউমোনিয়া আৰু বাৰ্ধক্যজনিত অন্যান্য ৰোগৰ চিকিৎসাৰ বাবে এছ চি বি মেডিকেল কলেজ হাস্পতালত ভৰ্তি হোৱা মহাপাত্ৰই নিশা প্ৰায় ১০:০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ কন্যা সন্তানক এৰি থৈ যায়।

১৯২৮ চনত কটকত জন্মগ্ৰহণ কৰা মহাপাত্ৰ ইংৰাজী কবিতাৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কবি।

Apply Now

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত মাটিৰ উষ্ণতা পৰীক্ষা কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

২০০৯ চনত তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল যদিও ২০১৫ চনত “ভাৰতত বৃদ্ধি পোৱা অসহিষ্ণুতা”ৰ প্ৰতিবাদত তেওঁ পদ্মশ্ৰী বঁটা ঘূৰাই দিছিল।

মহাপাত্ৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু তেওঁ মুঠতে ২৭ খন কবিতা পুথি ৰচনা কৰিছিল। ইয়াৰে সাতখন ওডিয়া ভাষাত আৰু বাকীকেইখন ইংৰাজীত। তেওঁৰ ৰচনাসমূহ আধুনিক ভাৰতীয় ইংৰাজী সাহিত্যত ক্লাছিক বুলি গণ্য কৰা হয়।

তেওঁৰ কবিতাসমূহ গীতিময় সৌন্দৰ্য্য আৰু স্মৃতি, হেৰুৱাৰ বেদনা, ব্যক্তি আৰু জগতৰ মাজৰ সম্পৰ্ক আদি বিষয়বস্তুৰ অন্বেষণৰ বাবে জনাজাত।

লগতে পঢ়ক: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক; ইতিহাস গঢ়িলে নীৰজ চোপ্ৰাই

ভাৰতীয় কবিৰ এটা প্ৰজন্মৰ ওপৰত তেওঁৰ ব্যাপক প্ৰভাৱ আছিল আৰু তেওঁৰ ৰচনাসমূহৰ বিশ্বজুৰি পঠন আৰু অধ্যয়ন অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দৰিদ্ৰতা আৰু অসমতাৰ গৱেষণাৰ বাবে জঁ ড্ৰেজলৈ আন্তৰ্জাতিক পৰ্যায়ৰ বঁটা : সংগ্ৰামী সতীৰ্থলৈ উচৰ্গা কৰিলে সন্মান

দৰিদ্ৰতা আৰু অসমতাৰ গৱেষণাৰ বাবে জঁ ড্ৰেজলৈ আন্তৰ্জাতিক পৰ্যায়ৰ বঁটা : সংগ্ৰামী সতীৰ্থলৈ উচৰ্গা কৰিলে সন্মান

June 10, 2026 11:26 am
পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

June 10, 2026 11:13 am
১৬০ কোটিৰ পৰা ২.৬ লাখ কোটিলৈ বৃদ্ধি! স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত ইতিহাস গঢ়িলে ভাৰতে

১৬০ কোটিৰ পৰা ২.৬ লাখ কোটিলৈ বৃদ্ধি! স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত ইতিহাস গঢ়িলে ভাৰতে

June 10, 2026 10:45 am
বিশ্বকাপৰ আনন্দত চেঁচা পানী ঢালিছে নেকি আমেৰিকাই? বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হ’ল ফিফাৰ মনোনীত আফ্ৰিকান ৰেফাৰীক

বিশ্বকাপৰ আনন্দত চেঁচা পানী ঢালিছে নেকি আমেৰিকাই? বিমান বন্দৰৰ পৰাই ঘূৰাই পঠিওৱা হ’ল ফিফাৰ মনোনীত আফ্ৰিকান ৰেফাৰীক

June 10, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দৰিদ্ৰতা আৰু অসমতাৰ গৱেষণাৰ বাবে জঁ ড্ৰেজলৈ আন্তৰ্জাতিক পৰ্যায়ৰ বঁটা : সংগ্ৰামী সতীৰ্থলৈ উচৰ্গা কৰিলে সন্মান

দৰিদ্ৰতা আৰু অসমতাৰ গৱেষণাৰ বাবে জঁ ড্ৰেজলৈ আন্তৰ্জাতিক পৰ্যায়ৰ বঁটা : সংগ্ৰামী সতীৰ্থলৈ উচৰ্গা কৰিলে সন্মান

June 10, 2026 11:26 am
পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

পলিঅ’ মুক্ত ভাৰতলৈ পুনৰ ভাবুকি! পলিঅ’ভাইৰাছৰ উপস্থিতি পোৱা গৈছে গাজিয়াবাদৰ নলাৰ পানীত

June 10, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd