• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া কাব্য জগতৰ পুৰোধা ব্যক্তি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ‘ডি লিট’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2019 9:26 pm

1 min read

Nilamani Phukan

নীলমণি ফুকন। উৎস-ইণ্টাৰনেট

427
VIEWS
Share on FacebookShare on Twitter

অসমীয়া কাব্য সাহিত্য জগতৰ প্ৰতিযশা ব্যক্তি নীলমণি ফুকনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ‘ডি লিট’ সন্মান প্ৰদান কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা সন্মানৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট কবি সাহিত্যিক গৰাকীয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ৰঞ্জিত তামুলীৰ নেতৃত্বত অহা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল এটাই কবিগৰাকীৰ বাসগৃহত সাক্ষাৎ কৰি তেখেতক এই সন্মান প্ৰদান কৰে।

এজন মহান কবি আৰু শিক্ষাবিদক এনে সন্মান প্ৰদান কৰিব পাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ বোধ কৰিছে বুলি উল্লেখ কৰে উপাচাৰ্য্য তামুলীয়ে।

১৯৩৩ চনত ডেৰগাঁৱত জন্মলাভ কৰা নীলমণি ফুকনে ১৯৮১ চনত তেওঁ ‘কবিতা’ নামৰ কাব্য সংকলন খনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

আনহাতে, ভাৰত চৰকাৰে ১৯৯০ চনত বিশিষ্ট কবিগৰাকীলৈ ‘পদ্মশ্ৰী’ সন্মান আগবঢ়ায়।

সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগন আদি নীলমণি ফুকনৰ উল্লেখযোগ্য সাহিত্য কৃতী।

Recent News

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd