• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনিৰ্দিষ্ট কাললৈ ১০৮ আৰু ১০২ সেৱা বন্ধ! : নগাঁৱতো জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

মিণ্টু দাস by মিণ্টু দাস
September 5, 2018 8:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে আজি নগাঁও জিলাতো জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি অনিৰ্দিষ্টকালীন কৰ্ম বিৰতিৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে পৰিৱৰ্তনৰ শ্ল’গান দিয়া এইখন চৰকাৰৰ দিনতে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীয়েও প্ৰতিবাদত নামিব লগীয়া হৈছে। তাকো খুবেই দক্ষ বুলি প্ৰতিপন্ন কৰিব খোজা স্বাস্থ্য মন্ত্ৰীজনৰ অধীনৰ বিভাগত। ৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াৰ অভিযোগ তুলি কৰ্মচাৰীসকলে জানিবলৈ দিয়ে যে, যোৱা ১৮ আগষ্টত গুৱাহাটীস্থ ‘লক্ষীৰাম বৰুৱা ভৱন’ত হোৱা সাধাৰণ সভাত সৰ্বভাৰতীয় শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰে’ড ইউনিয়ন কংগ্ৰেছ (AITUC)-এ  জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি কেইবাটাও প্ৰস্তাৱ সন্নিৱিষ্টৰে GVK-EMRI ৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

আনহাতে শ্ৰমিক সংগঠনটোৱে ৰাজ্যিক শ্ৰম আয়োগে যোৱা ৩০ জানুৱাৰিত Industrial Employment (Standing Order) Act 1946ৰ অধীনত দিয়া নিৰ্দেশনা অমান্য কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছিল। GVK-EMRI-এ ‘সেৱা বিধি কাৰ্যকৰী নকৰি খেয়াল-খুচিমতে কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি আহিছে বুলিও পত্ৰখনত উল্লেখ কৰিছে।

Apply Now

 উল্লেখযোগ্য যে, ২০০৮ৰ পৰা ২০১৪ চনলৈ কৰ্মচাৰীসকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি (Annual Increment) ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত নিয়োগকাৰী GVK-EMRI-এই হঠাৎ বন্ধ কৰি দিছিল। ইয়াৰ প্ৰতিবাদ কৰাত এই ধন মুকলি কৰি দিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে এই ধন মুকলি কৰি দিয়া নাই।

এই সন্দৰ্ভত জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীসকলে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক অৱগত কৰাৰ পিছতো কোনোধৰণৰ সমাধান লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰী সকলে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে।

আনহাতে, আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে স্বাস্থ্য মন্ত্ৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ পৰিচালন সঞ্চালক, শ্ৰম আয়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধানৰ উপৰি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd