DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস’ উদযাপনৰ বাবে বাধ্য হৈছে দেশৰ যুৱ প্ৰজন্ম : ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 12:35 pm
ফটো উৎস : ইণ্টাৰনেট

ফটো উৎস : ইণ্টাৰনেট

256
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰধান মন্ত্ৰীগৰাকীক শুভেচ্ছা প্ৰদান কৰিছে।

ৰাহুল গান্ধীয়ে টুইটোত লিখিছে, ‍‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীজিক তেওঁৰ জন্মদিনৰ শুভকামনা’।

শুভকামনা জনোৱাৰ পিছতে ৰাহুলে অন্য এটা টুইটেৰে মোদী নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনাও কৰা পৰিলক্ষিত হয়।

তেওঁ দ্বিতীয়টো টুইটত নিবনুৱা সমস্যাৰ প্ৰসংগ উত্থাপন কৰে।

ৰাহুলে টুইটটোত উল্লেখ কৰে, ‍‘এইটোৱেই কাৰণ যাৰ বাবে আজি দেশৰ যুৱ প্ৰজন্মই ‍‘ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস’ উদযাপন কৰাৰ বাবে বাধ্য হৈ পৰিছে। কৰ্মসংস্থাপন সন্মান হয়। এই সন্মান দিবলৈ চৰকাৰে কেতিয়ালৈকে পিছুৱাই থাকিব?’

এখন হিন্দী বাতৰি কাকতত প্ৰকাশিত এটা বাতৰিৰ প্ৰসংগৰে ৰাহুল গান্ধীয়ে এই টুইটটো কৰিছে।

বাতৰি কাকতখনৰ মতে দেশত চাকৰি বিচৰা লোকৰ সংখ্যা কোটিতকৈও অধিক আৰু তাৰ বিপৰীতে চৰকাৰৰ হাতত আছে মাত্ৰ ১.৭৭ লাখ চাকৰি।

কাকতখনত প্ৰকাশিত তথ্য অনুসৰি চাকৰি বিচৰা লোকৰ সংখ্যাৰ ফালৰ পৰা এক নম্বৰত আছে পশ্চিম বংগ (২৩.৬১ লাখ)।

ইয়াৰ পিছত আছে ক্ৰমান্বয়ে উত্তৰ প্ৰদেশ (১৪.৬২ লাখ), বিহাৰ (১২.৩২) আৰু দিল্লী (৯০ হাজাৰ)।

Recent News

Siddique Kappan

অৱশেষত কাৰামুক্ত হ’ল ছিদ্দিক কাপ্পান: মুকলি আকাশৰ তললৈ আহিয়ে দিলে যুঁজ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

মাতৃ হিচাপে মই গৌৰান্বিত : ছোনিয়া গান্ধীয়ে কাক ক’লে এই কথা ?

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd