• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এটা যুগৰ অৱসান: জীৱনলীলাৰ সামৰণি প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ, অসমতো শোকৰ বন্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 16, 2018 6:18 pm

1 min read

Atal-Bihari-Vajpayee
84
VIEWS
Share on FacebookShare on Twitter

চিৰবিদায় মাগিলে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। আজি বৃ্হস্পতিবাৰে বিয়লি ৫:০৫ বজাত বাজপেয়ীৰ মৃত্যু হোৱা বুলি বিভাগীয় বিবৃতি জাৰি কৰিছে এইমছ কৰ্তৃপক্ষই।

সুস্থ ৰাজনীতিৰ ধ্বজাবাহক প্ৰাক্তন প্ৰধান মন্ত্ৰী, বিজেপিৰ পিতামহৰূপে পৰিচিত বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত দল-মত নিৰ্বিশেষে সমগ্ৰ দেশৰ লগতে অসমতো বৈচে শোকৰ বন্যা।

বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি বাতৰি ওলোৱাৰ লগে-লগেই দেশৰ সকলো ৰাজনৈতিক নেতাই ভিৰ কৰিছেহি নতুন দিল্লীৰ চিকিৎসালয়খনত। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপৰি বিৰোধী কংগ্ৰেছ নেতা ৰাহুল গান্ধী, অৰৱিন্দ কেজৰিৱাল আদিয়েও পিতামহগৰাকীৰ খবৰ ল’বলৈ চিকিৎসালয়খনলৈ আহিছিল।

যোৱা ১১ জুনৰ পৰা চিকিৎসালয়খনত ভৰ্তি হৈ থকা বাজপেয়ীৰ স্বাস্থ্য যোৱা ৩৬ ঘণ্টাত দ্ৰুত অৱনতি ঘটে বুলি এইমছ কৰ্তৃপক্ষই সদৰী কৰিছে।

‘যোৱা ৩৬ ঘণ্টাত তেওঁৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটে। তেওঁক লাইফ ছাপ’ৰ্ট দি ৰখা হৈছিল,’ এইমছৰ বিবৃতিত প্ৰকাশ।

সকলো কাৰ্য্যসূচী বাতিল কৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো বাজপেয়ীৰ কাষলৈ বৃহস্পতিবাৰে ঢাপলি মেলিছিল।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd