• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰত কেঁকোসাপসহ ৭জন সৰবৰাহকাৰী আটক

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 13, 2019 3:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱা কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীয়ে এক যৌথ অভিযান চলাই কেঁকোসাপসহ ৭ গৰাকীকৈ চোৰাং সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। উক্ত অভিযানত আৰক্ষীয়ে কেঁকোসাপ বেপাৰী কেইজনে ব্যৱহাৰ কৰা দুখন বাহনো জব্দ কৰে।

জানিব পৰা মতে তিনিচুকীয়াৰ পৰা এ এছ ২৩ য়ু ৯৫৫৫ আৰু এ এছ ২৩ টি ৯১২৭ নম্বৰৰ গাড়ী দুখনৰে অহা সাতজনীয়া দলটো কলিয়াবৰৰ চিকনি অঞ্চলৰ পৰা কেঁকোসাপ ক্ৰয় কৰি থকা অৱস্থাতে আৰক্ষীয়ে তেওঁলোকক হাতে-লোটে ধৰা পেলায়।

Apply Now

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে এটা কেঁকোসাপ উদ্ধাৰ কৰাৰ লগতে বহু আপত্তিজনক সা-সামগ্ৰী জব্দ কৰে।

আটকাধীন ব্যক্তি কেইজনক সঞ্জীৱ দাস, গহীন বুঢ়াগোঁহাই, প্ৰবীন টুটি, ৰিতুৰাজ অভয়পুৰীয়া, ডম্বৰু মহন, ফণীধৰ দত্ত আৰু প্ৰবীন বুঢ়াগোঁহাই বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি তেওঁলোকক অধিক তথ্যৰ বাবে জখলাবন্ধা আৰক্ষী নিৱেশত আৰক্ষীয়ে সোধা-পোচা চলাই আছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am
ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

June 13, 2026 10:33 am
FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

June 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd