• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘লাজ’ লগা কথাৰে প্ৰেমিকালৈ চিঠি মিঃ ৰাজকুমাৰৰ, ক্লিক কৰি চাওক ভাইৰেল Video

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 20, 2018 5:51 pm

1 min read

481
VIEWS
Share on FacebookShare on Twitter

YouTubeত বিভিন্ন ভিডিঅ’ৰে অসমত বিশেষকৈ ইণ্টাৰনেট ব্যৱহাৰকাৰী নৱ প্ৰজন্মৰ মাজত ব্যাপক চৰ্চা লাভ কৰা মিঃ ৰাজকুমাৰে মুকলি কৰিছে এটা নতুন মিউজিক ভিডিঅ’।

পূৰ্বৰ দৰেই এই ভিডিঅ’টোৱেও লাভ কৰিছে ব্যাপকসংখ্যক দৰ্শকৰ সঁহাৰি। মাত্ৰ এটা দিনতে ভিডিঅ’টোৰ দৰ্শনকাৰী ৮ হাজাৰ চোৱাৰ দিশে অগ্ৰসৰ হৈছে।

ক্লিক কৰি চাওক মিঃ ৰাজকুমাৰৰ নতুন ভিডিঅ’

যোৱা নৱেম্বৰত অসমৰ চিত্ৰগৃহত মুক্তি পাইছিল মিঃ ৰাজকুমাৰ অভিনীত ১ম খন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনে’মা ‘আহি আছে’।

নিপন ধলুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই চিনে’মাখনত ৰাজকুমাৰৰ লগতে অসমৰ চিনেমা জগতৰ আন কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীকো দেখা গৈছিল। ছবিখনৰ গীতত কণ্ঠদান কৰিছিল দীপেন বৰুৱাই।

Recent News

Anshuman

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা অংশুমান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমস্থান অধিকাৰ উত্তৰ প্ৰদেশৰ ৰাম মন্দিৰৰ প্ৰতীকপদৰ

Keshav Mahanta

কলিয়াবৰত নৱ-নিৰ্মিত কেন্দ্ৰীয় পালনাম থানৰ আধাৰশিলা ও লাইখুটা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

Rishav Pant

ঋষভ পন্টে কিনিব বিচাৰিছে এটা নতুন ঘৰ; টুইট কৰি অনুৰাগীক সুধিলে কিবা খৱৰ থাকিলে কওক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd