• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপৰ বিলৰ কাষৰীয়া অঞ্চলক পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণাৰ প্ৰস্তাৱ পৰিৱেশ মন্ত্ৰালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 6:20 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬ৰ অধীনত অসমৰ গুৱাহাটীৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলসমূহক পৰিৱেশন সংবেদনশীল অঞ্চল(ইক’ চেন্সিটিভ জ’ন) ৰ প্ৰস্তাৱেৰে এক অধিসূচনা প্ৰকাশ কৰিছে।

অধিসূচনা অনুসৰি খচৰা প্ৰস্তাৱৰ ওপৰত আপত্তি বা পৰামৰ্শ দাখিল কৰিবলৈ আগ্ৰহী যিকোনো ব্যক্তিয়ে ৬০ দিনৰ ভিতৰত আপত্তি বা পৰামৰ্শ দাখিল কৰিব পাৰিব।

Apply Now

খচৰা অনুসৰি ‘ইক’–চেন্সিটিভ জ’নৰ পৰিসৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাৰ চাৰিওফালে ২৫.২৯৪ মিটাৰৰ পৰা ৫ কিলোমিটাৰলৈকে থাকিব। ই মুঠ ৩৮.৮৪ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি ল’ব।

মন্ত্ৰালয়ৰ মতে, জলাশয় আৰু ইয়াৰ বন্যপ্ৰাণীক প্ৰদূষণ আৰু ক্ৰমবৰ্ধমান উন্নয়নৰ পৰা ৰক্ষা কৰিবলৈ এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

দীপৰ বিলৰ কাষৰীয়া অঞ্চলক পৰিৱেশন সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰিলে নিৰ্মাণ, খনন আৰু পৰ্যটনৰ দৰে কাৰ্য্যকলাপ নিয়ন্ত্ৰণত থকাৰ লগতে প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব।

উল্লেখ্য যে দীপৰ বিলত প্ৰায় ১৫০ টা প্ৰজাতিৰ চৰাই পোৱা যায়। ইয়াৰে দুটা প্ৰজাতি সংকটজনকভাৱে বিপন্ন, এটা বিলুপ্তপ্ৰায়, পাঁচটা দুৰ্বল আৰু চাৰিটা ভাবুকিৰ সন্মুখীন হোৱা প্ৰজাতি। ইয়াৰ উপৰিও দীপৰ বিলত ১২টা প্ৰজাতি সৰীসৃপ, ৫০ প্ৰজাতিৰ মাছ, ৬ প্ৰজাতিৰ উভচৰ আৰু ১৫৫ প্ৰজাতিৰ জলজ পতংগ পোৱা যায়।

গ্ৰীষ্মকালত এই জলাশয় ৩০ বৰ্গ কিলোমিটাৰ পৰ্যন্ত প্ৰসাৰিত হয় আৰু শীতকালত প্ৰায় ১০ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পায়। এই জলাশয়ৰ ভিতৰত বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পৰিসৰ ৪.১ বৰ্গ কিলোমিটাৰ।

ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে নিৰ্ধাৰণ কৰি ২০২৪ চনৰ ১৮ জানুৱাৰীৰ ভিতৰত অসম চৰকাৰক অধিসূচনা জাৰি কৰিবলৈ নিৰ্দেশ দিছিল।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ সন্মুখত দাখিল কৰিছিল যে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰা খচৰা অধিসূচনা প্ৰস্তুত কৰা হৈছিল আৰু এতিয়া সেই খচৰা দুসপ্তাহৰ ভিতৰত অনুমোদনৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ সন্মুখত ৰখা হ’ব, আৰু কেবিনেটে সমৰ্থন কৰাৰ পিছত অনুমোদনৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd