• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্লাষ্টিকমুক্ত উমানন্দৰ বাবে ‘ভইচ অব এনভাইৰ’মেণ্ট’ৰ সজাগতা অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2019 5:42 pm

2 min read

umananda-1140x570

উমানন্দত সজাগতা অভিযান

188
VIEWS
Share on FacebookShare on Twitter

বিশ্ব জল দিৱস উপলক্ষে ‘ভইচ অব এনভাইৰ’মেণ্ট’ নামৰ এটা স্বীকৃতি প্ৰাপ্ত স্বেচ্ছাসেৱী সংস্থাই বিশ্বৰ ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দক প্লাষ্টিক মুক্ত কৰি এটা প্ৰকৃতি অনুকূল নদী দ্বীপ হিচাপে গঢ় দিয়াৰ বাবে প্ৰচাৰ চলায়।

২৪ মাৰ্চ অৰ্থাৎ দেওবাৰে ঐতিহ্যক্ষেত্ৰটোক পৰিস্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে সংস্থাটোৰ তৰফৰ পৰা সজাগতা অভিযান মুকলি কৰা হয়।

umananda-1
সজাগতা অভিযানৰ দৃশ্য

প্ৰাকৃতিক উদ্ভিদ আৰু প্ৰাণীৰে উমানন্দ জৈৱ বৈচিত্ৰতাৰ ভড়াল। নদী দ্বীপটোত পোৱা লুপ্তপ্ৰায় প্ৰজাতিৰ সোণালী বান্দৰৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ আটাইতকৈ দৰকাৰী কথা হিচাপে অভিহিত কৰে এন জি অ’টোৰ এজন কৰ্মীয়ে।

প্ৰতিবছৰে সৌন্দৰ্য্য উপভোগ আৰু উপাসনাৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে নদী দ্বীপটোত। দৰ্শনাৰ্থী সকলে প্লাষ্টিকৰ পানীৰ বটল, বেগ আদি বস্তু কঢ়িয়াই আনি নদী দ্বীপটোত যেনি-তেনি পেলাই দিয়াটো এক সহজলভ্য দৃশ্যত পৰিণত হৈছে যাৰ বাবে উমানন্দৰ প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যতাত প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।

আনহাতে, জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ সন্মুখত প্লাষ্টিকৰ বৰ্জনীয় সামগ্ৰী পৰিস্কাৰ কৰা কামটো ডাঙৰ প্ৰত্যাহবান হিচাপে দেখা দিছে। এনেবোৰ প্ৰত্যাহবান আৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ‘ভইচ অব এনভাইৰ’মেণ্ট’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে উমানন্দ ফেৰী ঘাটত পৰ্যটক সকলৰ বাবে সজাগতা কাৰ্য্যসূচী মুকলি কৰিছে। জিলা প্ৰশাসন আৰু উমানন্দ মন্দিৰ পৰিচালনা সমিতি আৰু আভ্যন্তৰীণ জলপৰিবহন বিভাগে সংস্থাটোৰ প্ৰতি সহযোগিতা আগবঢ়াইছে।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd