• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিত্ত মন্ত্ৰীৰ ঘোষণা : আগষ্টৰ পৰা কৰ্তন কৰা হ’ব ইপিএফৰ বৰঙণি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2020 10:12 am

1 min read

Nirmala-Sitharaman-660x375-1

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন।

2.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বৃহস্পতিবাৰে ঘোষণা কৰে যে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলৰ মাহিলি ইপিএফ বৰঙণি মে,জুন আৰু জুলাই মাহৰ বাবে ২৪শতাংশৰ পৰা ২০শতাংশলৈ হ্ৰাস কৰা হৈছে।

চৰকাৰে মে’ মাহত ধোষণা কৰা আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনৰ সাহায্য ব্যৱস্থাৰ অংশ হিচাপে এয়া কৰা হৈছে।

নিয়ম অনুসৰি, ইপিএফত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে ২৪শতাংশ জমা কৰিব লাগে।

অৰ্থাৎ বুনিয়াদী দৰমহা আৰু মৰগীয়া বানচৰ ১২শতাংশকৈ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে (ইপিএফঅ’) অৱসৰকালীন সুৰক্ষা পৰিচলনা কৰাৰ বাবে প্ৰতিমাহে ইপিএফ কৰ্তন কৰে।

এই বিধিগত কৰ্তনৰ পৰা মুঠ ৪শতাংশ (কৰ্মচাৰীৰ বৰঙণিৰ পৰা ২শতাংশ আৰু নিয়োগকৰ্তাৰ বৰঙণিৰ ২শতাংশ) হ্ৰাস কৰা হৈছে।

কোভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বিত্তীয় অস্থিৰতাৰ সময়ত নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা সাহায্য ব্যৱস্থাৰেই এয়া এক অংশ।

শ্ৰম মন্ত্ৰ্যালয়ৰ মতে এই পদক্ষেপে ৪.৩ কোটি কৰ্মচাৰী তথা ৬.৫ লাখ প্ৰতিষ্ঠানৰ কৰ্মচাৰী উপকৃত হ’ব।

আনহাতে, শ্ৰম মন্ত্ৰ্যালয়ে লগতে স্পষ্ট কৰি দিছে যে নিয়োগকৰ্তা আৰু কৰ্মচাৰীসকলে একেদৰে তেওঁলোকৰ বিধিগত ১২ শতাংশ হাৰত বৰঙণিসমূহ জমা কৰিব যাব পাৰে।

Recent News

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

aa del

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

a subhra

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd