DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত বন বিভাগৰ জিম্মাৰ পৰা পলায়ন কৰা দুৰ্ধৰ্ষ গঁড় চিকাৰীক পুনৰ আটক

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 5, 2019 5:59 pm
722
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৩ মে’ত বন বিভাগৰ জিম্মাৰ পৰা পলায়ন কৰা এজন দুর্ধৰ্ষ গঁড় চিকাৰীক আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হয়। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে মঙলবাৰে নিশা অভিযান চলাই আখতাৰ আলী নামৰ গঁড় চিকাৰীজনক আটক কৰে।

উল্লেখযোগ্য যে কলিয়াবৰ আৰক্ষী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ যুটীয়া অভিযানত যোৱা ৯ মে’ত আটক হোৱা আখতাৰ আলীয়ে ১৩ মে’ত বাগৰিস্থিত কাজিৰঙা বন বিভাগৰ পশ্চিম ৰেঞ্জৰ জিম্মাৰ পৰা পলায়ন কৰিছিল। তেওঁৰ বিৰুদ্ধে ২০১৮ চনৰ ডিচেম্বৰত ভলুকাজান বন শিবিৰত গঁড় নিধনত জড়িত থকাৰ অভিযোগ আছিল।

লগতে পঢ়ক আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ গঁড় চিকাৰী আখতাৰ

২০১৬ চনত উচ্ছেদ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বান্দৰডুবিৰ বাসিন্দা ২৭ বছৰীয়া আখতাৰ আলী শেহতীয়াকৈ  জখলাবন্ধাৰ গৰুবন্ধাত বাহৰ পাতি আছিল।

কলিয়াবৰ আৰক্ষীয়ে ইতিমধ‍্যে জখলাবন্ধা আৰক্ষী নিৱেশত আখতাৰ আলীৰ বিৰুদ্ধে ১৬৬/১৮ আৰু ৭৫/১৮ নম্বৰৰ দুটা গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিবলৈ দিয়ে। আনাহাতে গঁড় চিকাৰীজনক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে দেখুওৱা তৎপৰতাক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd