• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ইথিওপিয়াত আগ্নেয়গিৰি বিস্ফোৰণ: ভাৰতৰ দিশে ধাৱমান ছাইৰ ডাৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 9:51 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইথিওপিয়াৰ হাইলি গুব্বি আগ্নেয়গিৰিত যোৱা ২৩ নৱেম্বৰত প্ৰায় ১২ হাজাৰ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বিস্ফোৰণ ঘটিছিল। এই বিস্ফোৰণৰ ফলত প্ৰায় ১৪ কিলোমিটাৰ ওখকৈ এক বৃহৎ ছাইৰ স্তম্ভ নিৰ্গত হয়।

এই ছাই ডাৱৰটো উত্তৰ ভাৰতৰ দিশে ঘণ্টাত ১০০-১২০ কিলোমিটাৰ বেগেৰে গতি কৰি আছে আৰু মঙলবাৰে নিশাৰ ভিতৰত গুজৰাট, ৰাজস্থান, উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। পিছলৈ হিমালয় অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞ সকলে সদৰী কৰিছে ।

Apply Now

উল্লেখ্য যে ইথিওপিয়াৰ ৰিফ্ট ভেলীৰ আফাৰ অঞ্চলত অৱস্থিত এই আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ৫০০ মিটাৰ। আগ্নেয়গিৰিৰ ছাইত চালফাৰ ডাই অক্সাইড, মিহি শিল আৰু কাঁচৰ কণা থাকে আৰু ই ১৫,০০০ৰ পৰা ৪৫,০০০ ফুটৰ উচ্চতাত গতি কৰি আছে।

ইতিমধ্যে ইয়াৰ ফলত ভাৰতত বিমান পৰিবহণত প্ৰভাৱ পৰিছে। ইণ্ডিগ’, আকাছা এয়াৰকে ধৰি বিমান সংস্থাসমূহে ক্ষতিগ্ৰস্ত পথসমূহৰ বাবে বিমান সেৱা বাতিল কৰিছে। আকাছা এয়াৰে জেদ্দা, কুৱেইট, আৰু আবুধাবিলৈ অহা-যোৱা কৰা বিমান সেৱা বাতিল কৰে। ইণ্ডিগোৱে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু যাত্ৰীসকলক সহায় কৰিবলৈ সাজু হৈ আছে বুলি জানিবলৈ দিছে। এয়াৰ ইণ্ডিয়াই এই পৰ্যন্ত কোনো উৰণ বাতিল নকৰিলেও, পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) সকলো ভাৰতীয় অপাৰেটৰলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি, অপাৰেটৰসকলে উৰণ পৰিকল্পনা সংশোধন কৰা, ছাই ডাৱৰৰ দ্বাৰা প্ৰভাৱিত অঞ্চল এৰাই চলি, ইন্ধনৰ বোজা সামঞ্জস্য কৰা, আৰু আগ্নেয়গিৰিৰ ছাইৰ ওচৰত উৰণৰ সময়ত সুৰক্ষা প্ৰট’কল কঠোৰভাৱে পালন কৰিব লাগিব।

সামগ্ৰিকভাৱে এই বিস্ফোৰণৰ ফলত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই যদিও ইয়াৰ ফলত ওচৰৰ গাঁওসমূহ ছাইৰে আবৃত হৈ পৰিছে, যাৰ ফলত ইথিওপিয়াৰ স্থানীয় পশুধনসমূহৰ ওপৰত প্ৰভাৱ পৰিছে। এই পৰিঘটনাটো ভূতাত্ত্বিক বিশেষজ্ঞ আৰু বিমান কৰ্তৃপক্ষই নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে যাতে ছাইৰ ডাৱৰ দক্ষিণ এছিয়াৰ দিশে গতি কৰাৰ লগে লগে বিঘিনি কম হয় আৰু সুৰক্ষা নিশ্চিত কৰিব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd