• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে ‘এথন’ফেস্ট ‘

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 25, 2024 7:40 pm
275
VIEWS
Share on FacebookShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমৰ উদ্যোগত অহা ২৯ আৰু ৩০ এপ্ৰিল, ২০২৪ তাৰিখে বিশ্ববিদ্যালয় চৌহদত আয়োজন কৰা হৈছে জনগোষ্ঠীয় খাদ্য আৰু সাংস্কৃতিক মহোৎসৱ ২০২৪ৰ ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐতিহ্যময় কলা-সংস্কৃতি আৰু পৰম্পৰাক আগুৱাই লৈ যোৱাৰ বাবে এই উৎসৱ অনুষ্ঠিত কৰিছে বিশ্ববিদ্যালয়খনে।

এই উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা  বিভিন্ন জাতি জনগোষ্ঠীৰ অংশগ্ৰহণকাৰীসকল একত্ৰিত হৈ তেওঁলোকৰ বৈচিত্ৰময় সংস্কৃতি পৰম্পৰা, ঐতিহ্য, সংগীত, নৃত্য কলা , খাদ্যাভ্যাস ইত্যাদি পৰস্পৰক বিনিময় আৰু অৱগত কৰাৰ লগতে প্ৰদৰ্শন কৰিব পাৰিব।

উৎসৱত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰখ্যাত মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়াই অংশগ্ৰহণ কৰিব। ৰন্ধন প্ৰতিযোগিতাখন আগবঢ়াই নিবলৈ শইকীয়াই সহযোগিতা আগবঢ়াব।

উল্লেখযোগ্য যে এই সাংস্কৃতিক মহোৎসৱত দুখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব – 
১ / লোক নৃত্য প্ৰতিযোগিতা (দলীয় )

কেৱল দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত  হ’বলগীয়া এই প্ৰতিযোগিতাখন ২৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব l

  ২/ জনগোষ্ঠীয় ৰন্ধন প্ৰতিযোগিতা

বয়সৰ কোনো সীমা নোহোৱাকৈ সকলোৰে বাবে মুকলি থকা এই প্ৰতিযোগিতা ৩০ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব।  বিচাৰক হিচাপে উপস্থিত থাকিব মাষ্টাৰচেফ নয়নজ্যোতি শইকীয়া l

বিজয়ী আৰু অংশগ্ৰহণকাৰীসকলে লাভ কৰিব নগদ পুৰস্কাৰ আৰু ৰোমাঞ্চকৰ উপহাৰ। 

অধিক তথ্যৰ বাবে বিশ্ববিদ্যালয়খন এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব – ৯৬৭৮৭০৩২৯৩/৯৮৬৪২০৭৫৬১/৮৬৩৮৫৫২৪৪৩।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd