• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

দাৰ্জিলিং হিমালয়ান ৰে’লৱেত আবেলিৰ দৈনিক সেৱা আৰম্ভ

যাত্ৰীৰ সুবিধাৰ বাবে ভিষ্টাডোম কোচ সংলগ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2018 7:43 pm
darjeeling-himalayan-railway-640x370
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব সীমান্ত ৰে’লৱেই ভাঁপ ইঞ্জিন চালিত ৰে’লগাড়ী ‘দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ত দৈনিক আবেলি সেৱা সূচনা কৰাৰ কথা বিৱেচনা কৰিছে। ১৭ ডিচেম্বৰ সোমবাৰে এই কথা প্ৰকাশ কৰিছে উত্তৰ পূব ৰে’লৱেৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণবজ্যোতি শৰ্মাই কৈছে, ‘‘ইয়ে শিলিগুড়িলৈ অলপ সময়ৰ বাবে অহা পৰ্যটকসকলক দিনটোৰ দ্বিতীয়াৰ্ধত য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্য দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ অভিজ্ঞতা লাভ কৰাত সহায় কৰিব। শিলিগুড়িৰ পৰা  ১৫-০০ বজাত পৰা ভাঁপচালিত ঐতিহ্য ৰে’লগাড়ীখনৰ উজনিমুৱা ইভিনিং ছাফাৰি আৰম্ভ হ’ব আৰু ১৬-২০ বজাত ৰোহটঙত গৈ উপস্থিত হ’ব। মাজতে সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ বাবে ৰে’লখন ১০ মিনিট সময় সুকনাত থামিব।’’

Apply Now

তেওঁ আৰু জনাইছে যে পৰ্যটকসকলে লঘু আহাৰ গ্ৰহণ কৰাৰ পাছত আৰু ইঞ্জিন ঘূৰোৱাৰ পাছত নামনিমুৱা ইভিনিং স্পিচিয়েলখনে ১৬-৪৫ বজাত যাত্ৰা আৰম্ভ কৰিব। এই ৰে’লখনত এটা ডাইনিং কাৰ ডবা আৰু এটা প্ৰথম শ্ৰেণীৰ ডবা থাকিব। ডাইনিং কাৰত আসনৰ সংখ্যা ১২ আৰু প্ৰথম শ্ৰেণীত আসনৰ সংখ্যা ১৭। প্ৰথম শ্ৰেণীৰ উভয়মুখী যাত্ৰাৰ ভাড়া হৈছে ১০০০ টকা আৰু ডাইনিং কাৰৰ উভয়মুখী যাত্ৰাৰ ভাড়া হৈছে ১২০০ টকা। ৰে’লখনৰ ডবাত পেমেণ্ট ভিত্তিক খাদ্য-সম্ভাৰ যোগানৰ ব্যৱস্থাও থাকিব।

যাত্ৰাস্থানত মেনুৱেল বুকিঙৰ যোগেদি টিকট সংগ্ৰহ কৰিব লাগিব। এইখন ৰে’লগাড়ীত একমুখী যাত্ৰা টিকটৰ ব্যৱস্থা ৰখা হোৱা নাই।

উল্লেখ্য যে কেইমাহ মান পূৰ্বে ‘দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ত ভিষ্টাডোম স্বচ্চ আইনাৰ চাল-সংলগ্ন শীত-তাপ নিয়ন্ত্ৰিত প্ৰথম শ্ৰেণীৰ ডবা সংলগ্ন কৰা হৈছে। এয়া ভাৰতত প্ৰথম। শীত-তাপ নিয়ন্ত্ৰিত প্ৰথম শ্ৰেণীৰ ডবাটোৰ খিৰিকী বহল আৰু ইয়াৰে পৰ্যটকসকলে বাহিৰৰ পৰিৱেশ চোৱাত সুবিধা অভিক পাব। তাৰোপৰি আছে মিউজিক ছিষ্টেম, টেলিভিশ্যন ছেট, আৰামদায়ক ঘূৰ্ণীয়মান আসন, দীব্যাংগসকলৰ বাবে বহল প্ৰৱেশদ্বাৰ, স্বয়ংক্ৰিয়ভাৱে বন্ধ হোৱা দুৱাৰ, এলিডি লাইট উন্নীত টয়লেট আৰু জৰুৰীকালীন বেটাৰী বেক-আপ আৰু ঘোষণা ব্যৱস্থা।

উল্লেখ্য যে পৰ্যটন ক্ষেত্ৰক শক্তিশালী কৰাৰ বাবে আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে ৰে’ল মন্ত্ৰীয়ে ইতিমধ্যে মাণ্ডলিক ৰে’লৱে আৰু ৫টা ঐতিহ্য পাৰ্বত্য ৰে’লৱেক অধিকতৰ ক্ষমতা প্ৰদান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd