DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না পৰিস্থিতিয়ে উপাৰ্জনহীন কৰিছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পীক, সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
September 19, 2021 7:06 pm
181
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি উপাৰ্জনহীন হৈ পৰিছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত লোকসকল।

উপাৰ্জনৰ কোনো বিকল্প পথ নেদেখি এতিয়া দিশহাৰা হৈ পৰিছে এই পেছাৰ সৈতে জড়িত লোকসকল।

চৰকাৰেও ইভেণ্ট তথা ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত লোকসকলক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এনে পৰিস্থিতিত ধৰ্ণা কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত লোকসকলে ৷

উল্লেখ্য যে ইভেণ্ট আৰু ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত সকলৰ উমৈহতীয়া সংগঠন বঙাইগাঁও জিলা ইভেণ্ট এণ্ড ডেকৰেটৰচ ৱেলফেয়াৰ এচোছিয়েচনৰ উদ্যোগত বঙাইগাঁও গান্ধী ময়দানত অলপতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কাৰ্যসূচীৰ অন্তত জিলা সমিতিৰ তৰফৰ পৰা বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

স্মাৰকপত্ৰত ইভেণ্ট আৰু ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত সকলো কাম নিয়মিতভাবে চলাই যোৱাৰ দাবী জনোৱাৰ লগতে ৰাজ সাহায্য প্ৰদান কৰাৰো দাবী জনোৱা হয় ৷

Recent News

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Assam

গোৱালপাৰাত অঘটন: ভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd