• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদ অভিযানে সংকটত পেলাইছে ডিগবৈৰ ১৭০টা পৰিয়ালক; বৈষম্যৰ অভিযোগ চিপিআইৰ

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
February 19, 2023 7:35 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ ডিগবৈত উত্তৰ পূব সীমান্ত ৰে’লৱে (এন এফ ৰে’লৱে)ই অঞ্চলটোত উচ্ছেদ অভিযান চলাই যোৱাৰ পিছত শতাধিক কথিত “বেদখলকাৰী” সংকটত পৰিছে। 

আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহায়ত এন এফ ৰে’লৱেই বৃহস্পতিবাৰে বগাপানী ৰে’ল ষ্টেচনৰ পৰা ডিগবৈৰ টিংৰাই ৰে’ল ষ্টেচনলৈ ৰে’লৱেৰ ভূমি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলাইছিল।

ৰাইজে উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰত কিছু লোক আহত হৈছিল।

Apply Now

ৰে’লৱেৰ ভূমি বেদখলকাৰীসকলে উচ্ছেদ অভিযান প্ৰতিহত কৰিবলৈ অভিযানকাৰী দলৰ ওপৰত শিলাবৰ্ষণ কৰাৰ পিছত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে বগাপানী ৰে’ল ষ্টেচনৰ ওচৰত লাঠী চালনা কৰে।

তিনিচুকীয়া বিভাগৰ ৰে’ল প্ৰৱন্ধক (ডিআৰএম) প্ৰশান্ত মিশ্ৰই নৰ্থইষ্ট নাওক জনায়, “এতিয়ালৈকে আমি ১৭০ টা ঘৰ ভাঙি পেলাইছো যিবোৰ বেদখলকাৰীয়ে অবৈধভাৱে দখল কৰিছিল। তেওঁলোকে যোৱা বহু বছৰ ধৰি ৰে’লৱেৰ ভূমি দখল কৰি আছে।”

তেওঁ লগতে কয়, “আৰু কিছুমান ঘৰ আছে আৰু আইন অনুসৰি আমি ৰে’লৱেৰ ভূমি মুক্ত কৰিবলৈ উচ্ছেদ অভিযান চলাম।”

এন এফ ৰে’লৱেই বগাপানীৰ পৰা মাকুমলৈ বৈদ্যুতিকৰণৰ কাম চলাই আছে, য’ত ২০০ৰো অধিক ঘৰ আৰু দোকান নিৰ্মাণ কৰি তোলা হৈছিল।

ইপিনে, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (চিপিআই) তিনিচুকীয়া জিলা সমিতিয়ে উচ্ছেদ অভিযানৰ জৰিয়তে লোকসকলক গৃহহীন কৰাৰ বাবে চৰকাৰ আৰু এন এফ ৰে’লৱেক সমালোচনা কৰিছে। 

চিপিআইৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰঞ্জন চৌধুৰীয়ে কয়, “তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ ডিগবৈ আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত বহু ধনী লোকে ৰে’লৱেৰ ভূমি দখল কৰিছে। বিজেপি নেতাকে ধৰি কেইবাজনো লোকে ৰে’লৱে আৰু পিডব্লিউডিৰ ভূমিত ভৱন নিৰ্মাণ কৰিছে যদিও তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই।”

এজন স্থানীয় পৰিৱেশ কৰ্মী দেৱজিত মৰানে কয়, “বগাপানী হাতী কৰিডৰৰ বেছিভাগ অংশ মানুহে বেদখল কৰিছিল। বেদখলৰ ফলত হাতীৰ চলাচল বেয়াকৈ প্ৰভাৱিত হৈছিল। এতিয়া হাতী কৰিডৰৰ কিছু অংশ মুক্ত কৰা হৈছে।” 

মৰানে কয়, “এতিয়া গোৱালা পট্টিৰ লোকসকলে বনভূমিত আশ্ৰয় লৈ আছে। আমি চৰকাৰক তেওঁলোকৰ স্থায়ী বন্দোবস্ত কৰিবলৈ আহ্বান জনাইছো।”

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd