• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰক্ষিত নহয় ই ভি এম, কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহে হেক কৰিব পাৰে : ইলন মাস্ক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 16, 2024 4:50 pm
359
VIEWS
Share on FacebookShare on Twitter

টেছলা আৰু এক্সৰ কাৰ্যবাহী বিষয়া ইলন মাস্কে মুকলিকৈ ইভিএমক লৈ আশংকা আৰু উদ্বেগ প্ৰকাশ কৰিছে। ইভিএমৰ ভুল হিচাপৰ কথা উল্লেখ কৰি তেওঁ শেহতীয়াকৈ প’ৰ্ট’ ৰিকোৰ নিৰ্বাচনত ইভিএম বিলুপ্ত কৰাৰ আহ্বান জনায়। তেওঁৰ মতে আমি ইভিএম বিলুপ্ত কৰা উচিত। কৃত্ৰিম বুদ্ধিমত্তা বা মানুহৰ জৰিয়তে ইভিএম হেক কৰাৰ সম্ভাৱনা এতিয়াও আছে।

কালি এক্সৰ ইলন মাস্কে কয়, “আমি ইভিএমসমূহ দূৰ কৰিব লাগিব। যদিও মানুহে বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা ইভিএম হেক কৰাৰ আশংকা কম, তথাপিও ইয়াৰ সম্ভাৱনা অতি বেছি।”

সেইবাবে মাক্সে ইভি এমৰ সলনি বেলট ভোট আনিলৈ আহ্বান জনাইছে।

প্ৰতিবেদন অনুসৰি ডমিনিয়ন ভোটিং চিষ্টেমছ নামৰ এটা কোম্পানীয়ে যোগান ধৰা ইভিএমত ভোট গণনাৰ সময়ত কিছু গুৰুতৰ সমস্যা লক্ষ্য কৰা হৈছিল। অভিযোগ অনুসৰি সেই ইভিএমসমূহে দিয়া ভোটৰ সংখ্যা সঠিকভাৱে গণনা কৰিব পৰা নাছিল। কিছুমান ক্ষেত্ৰত গণনাৰ পিছত মেচিনবোৰে দেখুওৱাতকৈ অধিক ভোট গণনা কৰা হৈছিল। কিছুমান মেচিনত আনকি শূন্য ভোটো দেখা গৈছিল। এই ক্ষেত্ৰত গোটেই সমস্যাটোক চফট্ ৱেৰৰ সমস্যা বুলি কোৱা হৈছে। প’ৰ্ট’ ৰিকোৰ নিৰ্বাচন আয়োগে কয় যে সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। ইয়াৰ পূৰ্বে প’ৰ্ট’ ৰিকোৰ দুটা মূল ৰাজনৈতিক দলে ভোটৰ ফলত ফলাফলত ঠগবাজী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd