• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেলৰ পৰা মুকলি হ’ল প্ৰশাসনিক বিষয়াক হত্যা কৰা বিহাৰৰ প্ৰাক্তন সাংসদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2023 10:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ চৰকাৰৰ কাৰাগাৰৰ নীতি পৰিবৰ্তনক লৈ চলি থকা তুমুল বিতৰ্কৰ মাজতে আজি পুৱতি নিশা কাৰাগাৰৰ পৰা ওলাই আহিল বিহাৰৰ প্ৰাক্তন সাংসদ আনন্দ মোহন সিঙ।

১৯৯৪ চনত এগৰাকী আই এ এছ বিষয়াৰ হত্যাকাণ্ডত সহযোগ কৰাৰ অপৰাধত ১৫ বছৰ কাৰাদণ্ড ভুগি থকা সিঙ বৰ্তমানৰ ক’ত আছে জানিব পৰা হোৱা নাই। সাংবাদিকে তেওঁৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক চেতন আনন্দৰ সৈতে ফোনযোগে যোগাযোগ কৰিব পৰা নাই আৰু পৰিয়ালটোৰ ঘৰত তলা ওলমি আছে।

Apply Now

অভিযুক্ত প্ৰাক্তন সাংসদগৰাকীক প্ৰথমে পুৱা প্ৰায় ৭ বজাত মুকলি কৰি দিয়াৰ কথা আছিল। কিন্তু সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈ হঠাৎ পৰিকল্পনা সলনি কৰা বুলি জানিব পৰা গৈছে।

পুত্ৰৰ বিয়াৰ বাবে ১৫ দিনৰ পেৰ’লত ওলাই আহিছিল সিং। বিৰতিৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিছিল। কালিহে জেললৈ উভতি আহিছিল তেওঁ।

বিহাৰৰ নীতিশ কুমাৰ চৰকাৰে জেলৰ নতুন নিয়মৰ বিষয়ে সদৰী কৰাৰ পিছতে জেলৰ পৰা মুক্তি লাভ কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। ইয়াৰ পূৰ্বে কৰ্তব্যৰত চৰকাৰী সেৱকক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা যিকোনো ব্যক্তিৰ শাস্তি ক্ষমাৰ যোগ্য নাছিল। কিন্তু বিহাৰ চৰকাৰে এই নিয়ম সলনি কৰি ১৪ বছৰ বা তাতোকৈ অধিক সময় কাৰাদণ্ডৰ লাভ কৰা সিঙকে ধৰি ২৭ জন দোষীৰ মুক্তিৰ পথ মুকলি কৰি দিয়ে।

উল্লেখ্য যে একাধিক গোচৰৰ সন্মুখীন হোৱা সিঙক ১৯৯৪ চনত জিলা দণ্ডাধীশ জি কৃষ্ণইয়া নামৰ দলিত আই এ এছ বিষয়াক হত্যা কৰাত উচটনি দিয়াৰ অপৰাধত দোষী সাব্যস্ত কৰা হয়।

ইফালে সিঙৰ মুক্তিক লৈ হতাশা প্ৰকাশ কৰিছে প্ৰয়াত আই এ এছ বিষয়াগৰাকীৰ পত্নীয়ে। সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত বিষয়াগৰাকীৰ পত্নী উমা কৃষ্ণিয়াই কয়, “আমি এই পদক্ষেপৰ সৈতে একমত নহয়। ই এক প্ৰকাৰে অপৰাধীক উৎসাহিত কৰিব। ইয়াৰ দ্বাৰা এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আপুনি অপৰাধ কৰিব পাৰে, আৰু জেললৈ যাব পাৰে কিন্তু তাৰ পিছত মুক্ত হৈ পুনৰ ৰাজনীতিত যোগদান কৰিব পাৰে। সিঙক আদালতে মৃত্যুদণ্ড দিয়া উচিত আছিল।“

ইয়াৰ লগতে দেশৰ আমোলাৰ শীৰ্ষ সংস্থা চেণ্ট্ৰেল আই এ এছ এছ’চিয়েশ্যনে এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে কৈছে এনে পদক্ষেপে লোকসেৱাত নিয়োজিত বিষয়াৰ মনোবল ক্ষয় কৰে, জনশৃংখলাক ক্ষতিগ্ৰস্ত কৰে আৰু ন্যায় প্ৰশাসনক উপহাস কৰে।

বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতীয়েও সিঙৰ মুক্তিৰ পথ প্ৰশস্ত কৰা বিহাৰ চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰি “দলিত বিৰোধী” পদক্ষেপ বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd