DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্নাও নাবালিকা ধৰ্ষণ গোচৰত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ; ১৯ ডিচেম্বৰত শাস্তি ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2019 6:27 pm
Kuldeep-Sengar

কুলদীপ সেনেগাৰ

330
VIEWS
Share on FacebookShare on Twitter

উন্নাও ধৰ্ষণ কাণ্ডৰ দুবছৰ পাছত দোষী সাব্যস্ত হ’ল প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ।

দিল্লীৰ তিচ হাজাৰি কোৰ্টে বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰে।

১৯ ডিচেম্বৰত প্ৰাক্তন বিধায়ক গৰাকীৰ সাস্তি ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

২০১৭ চনত এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগত নাম উত্থাপন হৈছিল তেতিয়াৰ উত্তৰপ্ৰদেশৰ বিজেপিৰ বিধায়ক কুলদীপ সেনেগাৰৰ বিৰুদ্ধে।

পৰৱৰ্তী সময়ত নিজৰ ৰাজনৈতিক প্ৰভাৱেৰে উক্ত অভিযোগৰ পৰা মুক্ত হোৱাৰ বাবে একাধিক পন্থা অৱলম্বন কৰিছিল বিধায়ক গৰাকীয়ে। আনকি সাক্ষ্য নিশেষ কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰ কৰি দুৰ্ঘটনা সংঘটিত কৰি  ধৰ্ষিতাৰ আত্মীয়ক মৃত্যুৰ মুখলৈ ঠেলি দিছিল।

উল্লেখযোগ্য যে, ৰাজনৈতিক প্ৰভাৱেৰে অভিযোগ মুক্ত হ’ব বিচৰা কুলদীপ সেনেগাৰৰ বিৰুদ্ধে পকছো-সহ একাধিক ধাৰাৰ গোচৰ ৰুজু হয়।

১৯ ডিচেম্বৰত তিচহাজাৰি কোৰ্টে কুলদীপ সেনেগাৰৰ সাস্তি ঘোষণা কৰিলেও কোৰ্টৰ সেই ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতৰ ওচৰ চাপিব পাৰিব বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকী।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd