• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2025 11:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এতিয়াও চৰকাৰী বাসভৱন খালী নকৰাত বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি বাংলো খালী কৰাৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ কৈছে। অৱশ্যে এই পৰিস্থিতিত চন্দ্ৰচুড়ে নিজেই নিজৰ স্থিতি ব্যাখ্যা কৰিছে।

তেওঁৰ মতে সমগ্ৰ বিষয়টো কেৱল প্ৰশাসনিক নহয়। ইয়াৰ আঁৰত আছে তেওঁৰ বিশেষভাৱে সক্ষম দত্তক কন্যা দুগৰাকীৰ প্ৰয়োজন।

Apply Now

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “মোৰ কন্যা সন্তানক বিশেষ যত্নৰ প্ৰয়োজন। ডাঙৰ কন্যাৰ বাবে এনে এটা কোঠা নিৰ্মাণ কৰা হৈছে য’ত আইচিইউৰ দৰে সুবিধা আছে। এনেকৈ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা ঘৰ খৰখেদাকৈ বিচাৰি পোৱাটো অসম্ভৱ। সেয়েহে কেন্দ্ৰক অস্থায়ী বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো।”

তেওঁ লগতে জনায় যে সেই অস্থায়ী ঘৰটো নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। তেওঁ কয়, “মোৰ প্ৰয়োজন অনুসৰি এটা অস্থায়ী বাংলো নিৰ্মাণ কৰা হৈছে। সেই কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আমি পিছদিনাই সপৰিয়ালে থাকিবলৈ যাম। আমাৰ সকলো ঠিকঠাক কৰি লোৱা হৈছে।”

প্ৰসংগক্ৰমে দিল্লীৰ ৫, কৃষ্ণ মেনন মাৰ্গত থকা ‘টাইপ এইট’ বাংলোটো দেশৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসভৱন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ন্যায়াধীশ চন্দ্ৰচুড়ে ২০২৪ চনৰ নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।কিন্তু তেওঁ এতিয়াও সেই বাসভৱনতে বাস কৰি আছে।

তেওঁৰ উত্তৰাধিকাৰী প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না বা বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই কোনোৱে এই বিশেষ বাংলোটোলৈ যোৱা নাই। পূৰ্বৰ চৰকাৰী বাসভৱনতে থাকি গৈছে।

উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে ন্যায়াধীশ চন্দ্ৰচুড়ে যোৱা বছৰৰ ডিচেম্বৰ মাহত তেতিয়াৰ মুখ্য ন্যায়াধীশ খান্নাৰ পৰা ৩০ এপ্ৰিললৈকে থাকিবলৈ লিখিত অনুমতি বিচাৰিছিল।

যদিও ১৪, টুঘলক ৰোডত এটা বাংলো তেওঁৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল, তথাপিও দিল্লীত প্ৰদূষণৰ নিষেধাজ্ঞাৰ বাবে সেই বাংলোটোৰ সংস্কাৰৰ কাম স্তব্ধ হৈ পৰে।

গৃহ নিৰ্মাণ মন্ত্ৰালয়ে জনোৱা মতে, মাহে ৫৪৩০ টকা অনুজ্ঞাপত্ৰ মাচুল দি চন্দ্ৰচুড়ে সাময়িকভাৱে সেই বাংলোটোতে থাকিব পাৰিব। কিন্তু মে’ মাহৰ পাছতো তেওঁ তাতেই আছে। তেওঁ ন্যায়াধীশ খান্নাক ৩১ মে’লৈকে অতিৰিক্তভাৱে থকাৰ বাবে মৌখিক অনুৰোধো জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd