• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ হ’ব পাৰে অসমত বিজেপিৰ পৰৱর্তী মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী: তৰুণ গগৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 23, 2020 7:48 am

2 min read

Capture-625x375

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সদস্য ৰঞ্জন গগৈ। ফাইল ফটো

698
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চা লাভ কৰাৰ পাছত এইবাৰ ৰাজনৈতিক মহলতো চৰ্চাৰ মাজলৈ আহিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ অহা বছৰৰ বিধান সভাৰ নিৰ্বাচনত অসমত বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব পাৰে।

এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘’মোৰ সূত্ৰসমূহৰ পৰা মই শুনিছো যে বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ তালিকাত ৰঞ্জন গগৈৰ নাম আছে। মোৰ সন্দেহ পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনত তেওঁক সম্ভাৱ্য মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আগবঢ়াব,’’-সংবাদ মাধ্যমৰ আগত তৰুণ গগৈয়ে কয়।

ৰঞ্জন গগৈৰ সম্পৰ্কত মন্তব্য কৰি তৰুণ গগৈয়ে লগতে কয় যে যদি প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাজ্যসভালৈ যাব পাৰে বিজেপিৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেওঁ নিশ্চয় সন্মত হ’ব।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়,’’এয়া সকলো ৰাজনীতি। বিজেপিয়ে ৰঞ্জন গগৈয়ে ৰাম মন্দিৰ গোচৰত দিয়া ৰায়ক লৈ সুখী। তাৰ পাছতে ৰাজ্যসভাৰ মনোনয়ন গ্ৰহণ কৰি তেওঁ পৰ্যায়ক্ৰমে ৰাজনীতিত প্ৰৱেশ কৰিছে।‘’

তৰুণ গগৈয়ে লগতে প্ৰশ্ন কৰে যে তেওঁ কিয় ৰাজ্যসভাৰ সদস্য পদ অস্বীকাৰ নকৰিলে?

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ সহজেই মানৱ অধিকাৰ আয়োগৰ বা আন অধিকাৰমূলক আয়োগৰ অধ্যক্ষ হ’ব পাৰিলেহেঁতেন।

‘’তেওঁৰ নিশ্চয় ৰাজনৈতিক আকাংক্ষা আছে আৰু সেই কাৰণেই তেওঁ ৰাজ্যসভাৰ সদস্য পদৰ মনোনয়ন গ্ৰহণ কৰিছে,’’-তৰুণ গগৈয়ে কয়।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd