• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ আগ্ৰহ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 15, 2020 10:56 pm

1 min read

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ আগ্ৰহ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনৰ

আজাহাৰুদ্দিন,উৎস-ইণ্টাৰনেট

2.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কাম কৰাৰ বাবে আগ্ৰহী বুলি নিজৰ মত প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনে।

‘‘ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কাম কৰাৰ সুযোগ পালে মই নিশ্চয় গ্ৰহণ কৰিব,’’ আজাহাৰুদ্দিনে কয়।

মহম্মদ আজাহাৰুদ্দিনে বৰ্তমান হায়দৰাবাদ ক্ৰিকেট সংস্থাৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

‘‘মই ভাৰতীয় ক্ৰিকেটলৈ সেৱা আগবঢ়াবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে….সুযোগ পালে মই কোনো ধৰণৰ চিন্তা নকৰাকৈ সেই সুযোগ গ্ৰহণ কৰিম,’’ আজাহাৰুদ্দিনে লগতে কয়।

উল্লেখযোগ্য যে, সোঁহতীয়া বেটছমেন মহম্মদ আজাহাৰুদ্দিনে ভাৰতৰ হৈ ৪৭ খন টেষ্ট মেচত অধিনায়কৰ দায়িত্ব পালন কৰি ১৪ খন টেষ্টত জয়ী হৈছিল।

আনহাতে, আজাহাৰৰ নেতৃত্বত ভাৰতে ১৭৪ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অংশ লৈ ৯০ খন বিজয়ী হৈছিল।

মেচ ফিক্সিং কেলংকাৰীৰ অভিযোগত আজাহাৰুদ্দিনক ভাৰতীয় ক্ৰিকেট দলৰ পৰা নিলম্বিত কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আদালত সেই অভিযোগ মিছ বুলি প্ৰমাণিত হৈছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd