• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হোটেলৰ কোঠাত হত্যা মডেলকঃ বিলাসী বাহনত উঠাই নি লুকুৱালে মৃতদেহ

হত্যাত জড়িত থকাৰ অভিযোগত হোটেলৰ স্বত্বাধিকাৰীসহ তিনিজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2024 9:08 pm
Gurugram murder Divya Pahuja
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে হাৰিয়ানা। ৰাজ্যখনৰ গুৰুগ্ৰাম চহৰৰ এখন হোটেলত হত্যাৰ বলি হৈছে এগৰাকী মডেল। হত্যাকাণ্ড সংঘটিত হোৱা চিটি পইণ্ট হোটেলৰ স্বত্বাধিকাৰী অভিজিত সিং নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ।

নিহত মডেলগৰাকীক দিব্যা পাহুজা বুলি চিনাক্ত কৰা হৈছে। এই গোচৰত গুৰুগ্ৰাম ক্ৰাইম ব্ৰাঞ্চে প্ৰধান অভিযুক্ত অভিজিতকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰকাশ আৰু ইন্দ্ৰজ নামৰ ধৃত অভিযুক্ত দুজনে পূৰ্বে প্ৰধান অভিযুক্ত অভিজিতৰ হোটেলতে কাম কৰিছিল বুলি জানিব পৰা গৈছে।

Apply Now

অভিযোগ অনুসৰি, হোটেলৰ স্বত্বাধিকাৰী অভিজিতে প্ৰকাশ আৰু ইন্দ্ৰজৰ সৈতে হত্যাকাণ্ড সংঘটিত কৰে আৰু তাৰ পিছত দুয়োকে ১০ লাখ টকা দি দিব্যাৰ মৃতদেহ হোটেলৰ পৰা উলিয়াই নিয়ে। হোটেলৰ চিচিটিভি কেমেৰাত বন্দী হয় এই সমগ্ৰ দৃশ্য

হোটেলৰ চিচিটিভি কেমেৰাৰ আধাৰত আৰক্ষীয়ে প্ৰকাশ কৰা মতে, হোটেলখনৰ স্বত্বাধিকাৰী অভিজিত আৰু আন এজন অভিযুক্তৰ সৈতে যোৱা ২ জানুৱাৰীত পুৱা প্ৰায় ৪ বজাত হোটেলৰ ৰিচেপচনত উপস্থিত হৈছিল দিব্যা আৰু এটা কোঠালৈ সোমাই গৈছিল।

কিন্তু ৰাতি প্ৰায় ১০:৪৫ বজাত অভিজিতে আন দুজন অভিযুক্তৰ সৈতে চাদৰেৰে মেৰিয়াই থোৱা দিব্যাৰ মৃতদেহ হোটেলৰ পৰা টানি নি নীলা ৰঙৰ এখন বিএমডব্লিউ গাড়ীত উঠোৱা কেমেৰাত ধৰা পৰে। চিচিটিভি ফুটেজৰ ভিত্তিত গুৰুগ্ৰাম আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে ক্ৰাইম ব্ৰাঞ্চৰ কেইবাটাও দলে পঞ্জাৱ আৰু অন্যান্য অঞ্চলত মৃতদেহটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ইফালে দিব্যাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিজিত আৰু আন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

উল্লেখ্য যে ২০১৬ চনৰ গেংষ্টাৰ সন্দীপ গাডোলিৰ ‘ভুৱা’ এনকাউণ্টাৰ গোচৰৰ প্ৰধান অভিযুক্ত আছিল দিব্যা পাহুজা। গাডোলীৰ ভগ্নী সুদেশ কটাৰিয়া আৰু ভাতৃ ব্ৰহ্ম প্ৰকাশে অভিজিতৰ সৈতে গোপন বুজাবুজি কৰি দিব্যাৰ হত্যাকাণ্ড সংঘটিত কৰা বুলি পৰিয়ালে অভিযোগ কৰিছে।

২০১৬ চনত মুম্বাইত এক বিতৰ্কিত এনকাউণ্টাৰত নিহত হৈছিল গেংষ্টাৰ সন্দীপ গাডোলি। গাডোলিৰ প্ৰেমিকা দিব্যাৰ বিৰুদ্ধে সেই সময়ত আৰক্ষীৰ তথ্যদাতা বুলি অভিযোগ উত্থাপন হৈছিল। এই হত্যাৰ অভিযোগত দিব্যা, দিব্যাৰ মাতৃ আৰু পাঁচজন আৰক্ষী জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

দিব্যাক সন্দীপ গাডোলীৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত হিচাপে প্ৰক্ষেপ কৰা হৈছিল আৰু গ্ৰেপ্তাৰৰ পিছতে এই গোচৰত প্ৰায় সাত বছৰ কাৰাবন্দী হৈ আছিল দিব্যা। যোৱা বছৰৰ জুন মাহত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd