DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ SP ৰ পাছতে টুইটাৰত মন্ত্ৰী পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, কিন্তু কিয়?

কিহত অধিক সময় দিবলৈ চন্দ্ৰ মোহনক আহ্বান প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 16, 2021 3:34 pm
ram
383
VIEWS
Share on FacebookShare on Twitter

নগাওঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত সৰৱ হোৱাৰ পাছত এইবাৰ নিজৰ দলৰে মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা।

ৰাজ্যৰ চৰকাৰৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকী।

টুইটাৰযোগে ক্ষোভ উজাৰি ৰমেন ডেকাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক কাৰ্য্যালয়ত অধিক সময় দিবলৈ আহ্বান জনায়।

Hon’ble Minister @cmpatowary please devote more time in office and check the allocation of petrol pumps by ASTC and also other misdoings by ASTC. How can this happen without your prior knowledge. Please look into the matter.@himantabiswa

— Ramen Deka (@ramendeka16) June 16, 2021


টুইটাৰত ৰমেন ডেকাই লগতে কয় ‘চন্দ্ৰমোহন পাটোৱাৰী অনুগ্ৰহ কৰি কাৰ্যালয়ত অধিক সময় দিয়ক আৰু এএছটিচিৰ দ্বাৰা পেট্ৰ’ল পাম্পৰ আৱণ্টন আৰু এএছটিচিৰ দ্বাৰা হোৱা অন্যান্য ভুল কামবোৰ পৰীক্ষা কৰক।‘

‘আপোনাৰ আগতীয়া অজ্ঞাতে এইটো কেনেকৈ হ’ব পাৰে। অনুগ্ৰহ কৰি বিষয়টো চাওক।‘ পাটোৱাৰীক আহ্বান জনাই ডেকাই এইদৰে কয়।

উল্লেখযোগ্য যে, নিবিদা গ্ৰহণ নকৰাকৈয়েই অসম ৰাজ্যিক পৰিবহন নিগম লিমিটেড বৰ্ডে ৰাজ্যৰ কেইবাটাও পৰিবহন নিগমৰ বাছ আস্থানত ১৮ টা পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আনকি একাংশ বচা বচা ব্যৱসায়ী আৰু ব্যক্তিৰ নামত পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ বাবে মাটি আবন্টন দিছিল।

ইয়াক লৈয়ে হয়তো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰাক্তন সাংসদ ৰমেন ডেকা।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd