• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

`দেশলৈ উভতি আহি আত্মসমৰ্পণ কৰক’! নাতিয়েক প্ৰজ্জললৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2024 8:13 am
প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেবেগৌড়া আৰু নায়িয়েক প্ৰজ্জল ৰেভানা। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেবেগৌড়া আৰু নায়িয়েক প্ৰজ্জল ৰেভানা। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগতেই আহ্বান জনাইছিল খুড়াক কুমাৰস্বামীয়ে। এইবাৰ ককাক এইচ ডি দেৱেগৌড়াইও যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত নাতিয়েক প্ৰজ্জল ৰেভানালৈ দেশলৈ উভতি আহি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে।

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছৰ সাংসদ দেৱগৌড়াই বৃহস্পতিবাৰে কয় যে `তদন্তত যদি প্ৰজ্জল দোষী সাব্যস্ত হয় তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া উচিত।‘

‘অশ্লীল’ ভিডিঅ’ কাণ্ড পোহৰলৈ অহাৰ পিছৰে পৰা হাছানৰ লোকসভা নিৰ্বাচনত বিদায়ী সাংসদ তথা জেডি(এছ)ৰ প্ৰাৰ্থীগৰাকীৰ দেশৰ বাহিৰলৈ পলায়ন কৰিছে। দেৱগৌড়াৰ নাতি প্ৰজ্জলৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

লগতে পঢ়কঃ ছত্তীশগড়ৰ বনাঞ্চলত তুমুল সংঘৰ্ষ, নিৰাপত্তাৰক্ষীৰ হাতত নিহত ৭জন মাওবাদী

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া চৰকাৰে তেওঁক দেশলৈ ঘূৰাই অনাৰ উদ্যোগ লৈছে। গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছে। অৱশ্যে তেওঁৰ বৰ্তমান অৱস্থান সম্পৰ্কে আৰক্ষীৰ হাতত কোনো তথ্য নাই।

প্ৰজ্জলৰ বিৰুদ্ধে উত্থাপিত হাৰাশাস্তিৰ অভিযোগৰ তদন্তৰ বাবে কৰ্ণাটক আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। ইণ্টাৰপোলে তেওঁৰ বিৰুদ্ধে ব্লু কৰ্ণাৰ নোটিচ জাৰি কৰিছে। কিন্তু প্ৰজ্জল এতিয়াও আত্মগোপনত আছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক তেওঁক ঘূৰাই আনিবলৈ আবেদন জনায়। প্ৰজ্জলৰ কূটনৈতিক পাছপ’ৰ্ট বাতিলৰ বাবেও কেন্দ্ৰলৈ আবেদন কৰা হৈছে।

সূত্ৰ অনুসৰি কৰ্ণাটক চৰকাৰৰ অনুৰোধৰ পিছতে বিদেশ মন্ত্ৰালয়েও প্ৰজ্জলৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যৌন নিৰ্যাতনৰ গোচৰৰ অন্যতম অভিযুক্ত হৈছে তেওঁৰ বিধায়ক পিতৃ আৰু দেৱগৌড়াৰ পুত্ৰ এইচ ডি ৰেভানা।

I have issued a warning to @iPrajwalRevanna to return immediately from wherever he is and subject himself to the legal process. He should not test my patience any further. pic.twitter.com/kCMuNJOvAo

— H D Deve Gowda (@H_D_Devegowda) May 23, 2024

শেহতীয়াকৈ ফাদিল হোৱা প্ৰজ্জলৰ যৌন নিৰ্যাতনৰ সকলো ‘অশ্লীল’ ভিডিঅ’ৰ ভিতৰত এজন ভুক্তভোগীক অপহৰণ কৰাৰ অভিযোগো উত্থাপন হৈছিল। ৭ দিন জিম্মাত থকাৰ পিছত বিশেষ আদালতৰ পৰা জামিন লাভ কৰে ৰেভানাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd