• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ বিশিষ্ট শিক্ষাবিদ,বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায়ৰ মৃত্যু

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
May 30, 2021 8:09 pm
birrr
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ, ক্ৰীড়াবিদ তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায়ৰ শনিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৪ বছৰ হৈছিল ৷ উল্লেখ্য যে যোৱা দেওবাৰে নিশা ৮ মান বজাত চহৰখনৰ কনকলতা পথস্থিত নিজ গৃহত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাত লগে লগে তেওঁক উত্তৰ বঙাইগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰা হয় ৷

Apply Now

কিন্তু পিছদিনা উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগত গুৱাহাটীৰ জিএনআৰচিলৈ নিয়ে ৷ ইয়াতে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ৷

বঙাইগাঁৱৰ ধলাগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত লক্ষ্মীকান্ত ৰায় বঙাইগাঁৱৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ধৰ্মীয়, শৈক্ষিক, ক্ৰীড়া আদি অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ লগতে স্থাপনৰ ক্ষেত্ৰতো আগভাগ লৈছিল ৷

শিক্ষকতা কৰা প্ৰয়াত লক্ষ্মীকান্ত ৰায়ে বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৯২ চনৰ পৰা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৭ চনৰ ২৮ ফেব্ৰুৱাৰীত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

কিন্তু অৱসৰৰ পিছত অধিক সময় জড়িত হৈ পৰিছিল বিভিন্ন সমাজিক কাম- কাজ আৰু অনুষ্ঠানৰ সৈতে ৷ বঙাইগাঁও বি এড কলেজ, আইন মহাবিদ্যালয় ,বঙাইগাঁও মডেল স্কুল আদি স্থাপনৰ ক্ষেত্ৰত আগভাগ লোৱা প্ৰয়াত লক্ষ্মীকান্ত ৰায় বঙাইগাঁও শাখা সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

সেইদৰে তেওঁ আছিল এগৰাকী সুদক্ষ খেলুৱৈ আৰু সমাজ সংগঠক ৷ মৃত্যুৰ আগলৈ তেওঁ বঙাইগাঁও বাৰোৱাৰী ৰাস কমিটিৰ সভাপতি , বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি , শতবৰ্ষ ৰাস মহোৎসৱ উৎযাপন সমিতিৰ সভাপতি , বঙাইগাঁও বি এড কলেজ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত আছিল ৷
বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদগৰাকীৰ মৃত্যুৰ বাতৰি বিয়োপি পৰাৰ পিছতে বঙাইগাঁৱত শোকৰ ছাঁ পৰে ৷ ইপিনে গুৱাহাটীৰ পৰা নশ্বৰদেহ আজি বঙাইগাঁৱৰ কনকলতা পথৰ নিজ গৃহত অনাত ইয়াতে বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়েও তেওঁৰ গৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ সেইদৰে বঙাইগাঁও জিলা কৰ্মচাৰি পৰিষদ ,বাৰোৱাৰী ৰাস কমিটি ,বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থা ,বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প,বি এড কলেজ পৰিচালনা সমিতি, শতবৰ্ষ ৰাস মহোৎসৱ উদযাপন সমিতি, বঙাইগাঁও নামঘৰ পৰিচালনা সমিতি আদিৰ তৰফৰ পৰাও তেওঁৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷

সেইদৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্যয়ো প্ৰয়াত শিক্ষাবিদগৰাকীৰ মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ পিছত বঙাইগাঁও ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

মৃত্যুৰ সময় তেওঁ পত্নী , এজন পুত্ৰ , এজনী কন্যা ,দুগৰাকী বোৱাৰী ,নাতি- নাতিনী আদিক ইহ সংসাৰত এৰি থৈ যায় ৷ ইপিনে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ লক্ষ্মীকান্ত ৰায়ৰ মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে ৷
লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd