DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডকাইতে হত্যা কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পিআৰ কুমাৰমংগলমৰ পত্নীক,কিদৰে সংঘটিত হ’ল এই ঘটনা?

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2021 1:27 pm
kitty-kumaramangalam.1.1161314
289
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সাধাৰণ মানুহতো বাদেই ভিআইপিৰো জীৱনৰ কোনো নিৰাপত্তা নোহোৱা হৈ পৰিছে।

তাৰেই প্ৰমাণ পোৱা ‘ল শেহতীয়াকৈ। দক্ষিণ দিল্লীৰ বসন্ত বিহাৰৰ নিজৰ বাসভৱনতেই ডকাইতে হত্যা কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পিআৰ কুমাৰমংগলমৰ পত্নী তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কিট্টি কুমাৰমংগলমক।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে যোৱা নিশা প্ৰায় ন বজাত কিট্টি কুমৰমংগলমৰ ঘৰলৈ এজন ধুবী আহে।

সেই সময়ত কুমাৰমংগলমৰ ঘৰত তেওঁৰ ঘৰৰ কাম কৰা লোক জনৰ বাদে আন কোনো নাছিল। নিশা অহা দুবী জনক চিনাকী সূত্ৰে কাম কৰা লোক জনে দুৱাৰ খুলি দিছিল।

ঘৰত প্ৰৱেশ কৰিয়েই ধুবী জনে তেওঁৰ লগত যোৱা আন দুজন লোকৰ সৈতে মিলি কাম কৰা লোক জনক কাবু কৰি পেলায় আৰু কুমাৰমংগলমকো বান্ধি পোলায়।

ইয়াৰ পিছতে ডকাইতৰ দলটোৱে ঘৰটোত লুটপাত চলায় আৰু কিট্টি কুমাৰমংগলমক গাৰুৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰে।

নিশা প্ৰায় ১১ বজাত আৰক্ষীয়ে এই সম্পৰ্কে জানিব পাৰি ঘটনাস্থলীলৈ যায় আৰু অনুসন্ধান আৰম্ভ কৰে।

আৰক্ষীয়ে নিশাই বসন্ত বিহাৰৰ ভানৱৰ কেম্পৰ পৰা ৰাজু নামৰ মূল হত্যাকাৰী জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বাকী দুজন হত্যাকাৰী পলাতক অৱস্থাত আছে।উল্লেখ্য মৃত কিট্টি কুমৰমংগলমৰ স্বামী পিআৰ কুমাৰমংগলমে ১৯৮৪ চনত সংসদলৈ নিৰ্বাচিত হৈ কেইবাৰো কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।

১৯৯৮ চনত তেওঁ দেশৰ শক্তি মন্ত্ৰী আছিল।

Recent News

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd