• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ ব্যক্তিগত শত্ৰুতাৰ প্ৰতিশোধ পূৰণৰ বাবেই গ্ৰেপ্তাৰ কৰা হ’ল নেকি মহবুবুল হকক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2025 7:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে পুৱাই গুৱাহাটী বাসগৃহৰ পৰা মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত প্ৰতিশোধ পূৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

অসম আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, পথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত চিবিএছই পৰীক্ষাৰ সময়ত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ অভিযোগত শ্ৰীভূমি জিলাত পঞ্জীয়ন হোৱা গোচৰৰ বাবে মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

উল্লেখ্য যে পথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুল এডুকেচন এণ্ড ৰিচাৰ্চ ডেভেলপমেণ্ট (ই আৰ ডি) ফাউণ্ডেচনে পৰিচালনা কৰে। এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল মহবুবুল হকে।

গ্ৰেপ্তাৰৰ পিছত হকে সাংবাদিকৰ আগত কয় যে  ছাত্ৰ-ছাত্ৰীক নকল কৰিবলৈ নিদিয়াৰ বাবে তেওঁক আৰক্ষীয়ে চমন দিছিল। লগতে কয়, তেওঁ এতিয়ালৈকে এজাহাৰ পোৱা নাই আৰু এই বিষয়ে একো নাজানে।

তেওঁ কয় যে আৰক্ষীয়ে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞান পৰীক্ষাৰ সময়ত বিদ্যালয়খনত আইন আৰু শৃংখলা বিঘ্নিত হোৱা বুলি জানিবলৈ দিছিল।

কিন্তু এডুকেচন এণ্ড ৰিচাৰ্চ ডেভেলপমেণ্টৰ প্ৰধান সম্পাদক মেহজাবিন ৰহমানে এই অভিযোগ অস্বীকাৰ কৰি কয় যে মূলতঃ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক নকল কৰাৰ সুযোগ নিদিয়াৰহে অভিযোগ উত্থাপন হৈছিল।

ইফালে সচেতন মহলৰ মতে, বিদ্যালয়খনৰ অধ্যক্ষ, কৰ্মচাৰী আৰু ই আৰ ডি ফাউণ্ডেশ্যনৰ বিষয়াসকলক সোধা-পোছা কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে বিদ্যালয়খনত সংঘটিত হোৱা এই কাণ্ডৰ বাবে মহবুবুল হক গ্ৰেপ্তাৰ কৰা কাণ্ডই মুখ্যমন্ত্ৰীৰ ব্যক্তিগত আক্ৰোশৰ ফালে ইংগিত কৰে।

আন একাংশ লোকৰ মতে,  মবুবুল হকে পিএ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ পিছৰে পৰা ইউএছটিএম মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।

সূত্ৰই প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী শৰ্মাই হকক লক্ষ্য কৰি লৈছে কাৰণ চৰকাৰৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা অসমৰ বহু চিকিৎসকে পিআইএমচিত যোগদান কৰাৰ পৰিকল্পনা কৰিছে।

এটা সূত্ৰই দাবী কৰে যে, “এইটো এটা মূল কাৰণ যে শৰ্মাই বাৰে বাৰে ইউ এছ টি এমৰ প্ৰতিষ্ঠাপকক লক্ষ্য কৰি লৈছে।”

উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হক আৰু ইউ এছ টি এমৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। মাত্ৰ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনয়ে ভুৱা ডিগ্ৰী প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছিল, যিটো ইউ এছ টি এম কৰ্তৃপক্ষ আৰু মেঘালয়ৰ মুখ্য সচিব ডি পি ৱাহলাঙে খণ্ডন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd