• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্গা পূজাৰ সমান্তৰালকৈ শিৱসাগৰত চলিছে আবকাৰী বিভাগৰ অভিযান

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , October 6, 2019 9:24 am

1 min read

IMG-20191006-WA0002

ফটো : নৰ্থ-ইষ্ট নাও

9k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতেই আবকাৰী বিভাগে চলাইছে অবৈধ মদৰ বিৰুদ্ধে তীব্ৰ অভিযান। শিৱসাগৰ সদৰ আবকাৰী বিভাগে ডিমৌৰ বিভিন্ন অঞ্চলত অভিযান চলোৱাৰ লগতে নাজিৰা আবকাৰী বিভাগেও অবৈধ মদৰ বিৰুদ্ধে চলাইছে অভিযান।

শিৱসাগৰ সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক অৰুণজ্যোতি ভড়ালীৰ নেতৃত্বত শনিবাৰে ডিমৌৰ দৈনিক বজাৰ, ৰাইচাই, নিতাইপুখুৰী, ন-হাত, ভীমপুৱা, শুকানপুখুৰী আদি অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ আৰু লাওপানী জব্দ কৰি নষ্ট কৰি দিয়ে।

ইয়াৰ উপৰি বহু কেইটা অবৈধ মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ঘৰৰ ভিতৰত আৰু ভড়ালত চুলাই মদ লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰি নষ্ট কৰি দিয়া হয়। অভিযান কালত ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অভিযোগত দুজন ব্যক্তিৰ পৰা ১৫০০ টকাকৈ জৰিমনা বিহে।

আনহাতে নাজিৰা আবকাৰী বিভাগৰ পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত নাজিৰাৰ কলনি গেটৰ সন্মুখত শিমলুগুৰি ৰেইলৱে ষ্টেশ্যনৰ সমীপত, লিগিৰিপুখুৰী চাহ বাগিছা, মেকিপুৰ চাহ বাগিছা, বিহুবৰ চাহ বাগিছা, চন্টক চাহ বাগিছা আৰু বিভিন্ন পূজা মণ্ডপৰ সমীপত অভিযান চলাই অবৈধ বিলাতী সুৰা, বিয়েৰ, চুলাই মদ আৰু লাওপানী নষ্ট কৰে।

পূজাৰ সময়ত শিৱসাগৰ আৰু নাজিৰা আবকাৰী বিভাগৰ এই অভিযানক ডিমৌ তথা নাজিৰাবাসীয়ে প্ৰশংসা কৰাৰ লগতে অবৈধ মদৰ ঘাটি সমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছে।

Recent News

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd