• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধনী) আইনৰ পৰা ছিকিমক বাহিৰত ৰাখক : এছ ডি এফ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2019 10:26 am

1 min read

SDF leader

এছ ডি এফৰ নেতৃত্বৰ ৰাজ্যপালক সাক্ষাৎ

974
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা ছিকিম ডেমোক্ৰেটিক ফ্ৰণ্টৰ সভাপতি পৱন চামলিঙৰ নেতৃত্বত এটা প্ৰতিনিধি দলে শুকুৰবাৰে গেংটকত ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰে।

ছিকিম ডেমোক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিনিধি দলটোৱে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭১ ৰ বিশেষ মৰ্যদা অনুসৰি ছিকিমক নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ৰ পৰা বাহিৰত ৰখাৰ বাবে এখন স্মাৰক পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পন কৰে।

এছ ডি এফ দলৰ তৰফৰ পৰা দলৰ সভাপতি পৱন ছামলিঙে ৰাজ্যপালৰ হাতত স্মাৰক পত্ৰখন অৰ্পন কৰি ভাৰতীয় সংবিধানত ছিকিমৰ বাবে উল্লেখ থকা বিশেষ অধিকাৰৰ কথা উল্লেখ কৰি ৰাজ্যখনক নাগৰিকত্ব (সংশোধনী) আইনৰ বাহিৰত ৰখাৰ বাবে আহ্বান জনায়।

ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ কৰাৰ পাছতে দলটোৰ মুখপাত্ৰ কৃষ্ণ লেপচাই সংবাদমেল সম্বোধন কৰি ৰাজ্যপালৰ হাতত স্মাৰক পত্ৰ অৰ্পন কৰাৰ লগতে দলটোৰ দাবীৰ বিষয়ে উল্লেখ কৰে।

স্মাৰক পত্ৰখনত সংবিধানৰ অনুচ্ছেদ ৩৭১ত ছিকিমৰ বাবে উল্লেখ থকা বিভিন্ন সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক অধিকাৰৰ প্ৰসংগ উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, দীৰ্ঘসময়ৰ বাবে ছিকিমত শাসন চলাই থকা পৱন ছামলিং নেতৃত্বাধীন ছিকিম ডেমোক্ৰেটিক ফ্ৰণ্টে ৰাজ্যখনৰ বিগত বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল।

Recent News

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd