কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক অহা ১ আগষ্টত অনুষ্ঠিত হ’ব ৷
বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত চিলাৰায় ভৱনত পুৱা ১১ বজাত অনুষ্ঠিত হ’ব উক্ত কাৰ্যনিৰ্বাহক সভা।
ৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য আৰু জিলা সমিতিৰ সভাপতি – সম্পাদকক উপস্থিত থাকিবলৈ সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক দুলাল চন্দ্ৰ ৰায়ে আহ্বান জনাইছে ৷
বৰ্ধিত কাৰ্যনিৰ্বাহকত জনগোষ্ঠীটোৰ বিভিন্ন দাবীকলৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।