• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অদূৰ ভৱিষ্যতে কোভিড ভেকচিন আশা নকৰিব’ : প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষজ্ঞৰ চিঠি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2020 7:39 pm
Greta-Thunberg-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অদূৰ ভৱিষ্যতে কোভিড ভেকচিন আশা নকৰিব।’ এইদৰে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে দেশৰ এদল বিশেষজ্ঞই।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই দেশবাসীৰ বাবে দেশত প্ৰস্তুত কৰা তিনিটা কোভিড ভেকচিন ঘোষণা কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছিল।

Apply Now

কিন্তু প্ৰধানমন্ত্ৰীৰ এই প্ৰত্যাশা পূৰণ হোৱাতো সিমান সহজ হৈ থকা নাই।

অৱশ্যে, প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত ভাষণত তিনিটা ভেকচিনৰ কথা উল্লেখ কৰিলেও সেই ভেকচিনকেইটাৰ বিষয়ে বিস্তৃতভাৱে দেশবাসী একো জনোৱা নাছিল।

দেশত প্ৰস্তুত কৰি ভেকচিন তিনিটা কি কি? আৰু সেইকেইটা কেতিয়াকৈ ঘোষণা কৰা হ’ব আদিৰ বিষয়ে স্পষ্টৰূপত প্ৰকাশ কৰা নাছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।

কিন্তু দেশৰ এদল বিশেষজ্ঞই প্ৰকাশ কৰিছে যে দেশত অতি শীঘ্ৰে কোভিড ভেকচিন প্ৰস্তুত কৰাৰ কোনো সম্ভাৱনা নাই।

IPHA, IAPSM আৰু IAE নামৰ তিনিটা সংগঠনৰ এদল বিশেষজ্ঞই এক যৌথ বিবৃতিৰে দাবী কৰিছে যে অদূৰ ভৱিষ্যতে ক’ৰ’ণাৰ ভেকচিন অহাৰ কোনো সম্ভাৱনা নাই।

তেওঁলোকৰ মতে খুব খৰখেদা কৰিলেও অন্ততঃ ১৮ মাহ অপেক্ষা কৰিব লাগিব ক’ৰ’ণা ভেকচিন প্ৰস্তুতকৰণৰ বাবে। ১৮ মাহত কাৰ্যক্ষম ভেকচিন প্ৰস্তুত হ’লেও সেয়া হ’ব অতি বিৰল।

এই বিশেষজ্ঞ দলৰ মতে, ভাৰতত মহামাৰী প্ৰতিৰোধৰ বাবে এই সময়ত ভেকচিনৰ কোনো ভূমিকাই নাই।

তেওঁলোকৰ মতে সাধাৰণ নিয়মেৰে এটা ভেকচিন প্ৰস্তুত কৰিবলৈ প্ৰায় এটা দশকৰ প্ৰয়োজন হয়। গতিকে ভেকচিন আহিব বুলি বৃথা আশা কৰি থকাৰ অৰ্থ নাই।

যদিও ভেকচিন প্ৰস্তুত হয় সেয়াও WHOৰ গাইডলাইন মানিহে বিতৰণ কৰিব পাৰিব বুলি মন্তব্য কৰিছে এই বিশেষজ্ঞৰ দলে।

তেওঁলোকে যৌথ বিবৃতিত উল্লেখ কৰিছে যে চৰকাৰে কিছুমান বিধি নিষেধ তৈয়াৰ কৰি দেশৰ শিক্ষানুষ্ঠানবোৰ খুলি দিয়া উচিত।

উল্লেখ্য যে, দেশৰ তিনিটা কোভিড ভেকচিন বৰ্তমান মানৱ শৰীৰত পৰীক্ষণ চলি আছে।

ভাৰত বায়’টেকৰ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে প্ৰস্তুত কৰা কোভাক্সিনৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েল প্ৰায় সম্পূৰ্ণ হৈছে। অক্সফোৰ্ড  আৰু জাইদাস কাডিলাৰ ভেকচিনো ভাৰতত মানৱ পৰীক্ষণ আৰম্ভ কৰা হৈছে।

তেনে সময়তে দেশৰ এদল বিশেষজ্ঞৰ এই বিবৃতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd